কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- য'তya'taAdverb
যি ঠাইত
where; in which place
- য'ত ত'তya'ta, ta'taAdverb
যেই সেই ঠাইত (কোনো এঠাইত
anywhere; somewhere
- য'তে ত'তেAdverb
যেই সেই ঠাইতে
at every place; anywhere and everywhere
- য'তে ত'তেya'te, ta'teAdverb
যেই সেই ঠাইতে
at every place; anywhere and everywhere
- য`ত-ত`তAdverb
কোনো নিৰ্দিষ্ট ঠাই নোহোৱা
here and there or no specific place
- যজ্yajTransitive verb
যজ্ঞেৰে পূজা কৰ্; আৰাধনা কৰ্
to worship
- যতনাyatanāTransitive verb
যুগুত কৰ্; সাজু কৰ্; প্ৰস্ত্তত কৰ্
to make ready; to prepare
- যতনোyatanoAdverb
যিমান হে; অধিক পৰিমাণে; যেনে-"সি যতনো গালিখন পাৰিলে"
excessively
- যতাyatāTransitive verb
যুগুত কৰ্; সাজু কৰ্; প্ৰস্ত্তত কৰ্
to make ready; to prepare
- যতা কথঞ্চিতৰূপেAdverb
যি কোনো প্ৰকাৰে
somehow
- যত্ন কৰ্jot.no korVerb-Trans.
কিবা অৰ্জন কৰা বা পোৱাৰ বাবে কোনো কাম কৰা
to do sth to obtain or achieve sth.
- যত্ন-সহকাৰেjot.no-xo.ho.ka.reAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- যত্নপূৰ্বকAdverb
যত্নেৰে; মনোযোগ দি; সাবধানে
with exertion; carefully; attentively
- যত্নপূৰ্ব্বকAdverb
যত্নেৰে; মনোযোগ দি; সাবধানে
with exertion; carefully; attentively
- যত্নেৰেjot.ne.reAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- যথা কিঞ্চিতৰূপেjo.tha kin.sit.ru.peAdverb
কোনো এক অনিশ্চিত প্ৰকাৰে
In some unspecified way or manner; or by some unspecified means.
- যথা তথাjo.tha to.thaAdverb
বক্তা (বা কেতিয়াবা শ্ৰোতাই) নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনা ঠাই/ত
in/at/to some place unknown to the speaker (or at times to the hearer).
- যথা- তথাৰুপেAdverb
যেনে তেনে প্ৰকাৰে বা ৰকমে; যেনে-তেনেৰূপে; কোনোৰূপে
somehow
- যথা-তথাAdverb
"য'ত ত'ত" "য'তে ত'তে" চোবাঁ।
- যথাক্ৰমেAdverb
ক্ৰমান্বয়ে; ক্ৰম অনুসাৰে; যাৰ পাছে যিটো হ'ব লাগে সেইৰূপে
in regular sequence