কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প'লাpa'lāNoun
তেল পেৰা বেতেৰি
a small rattan basket used in pressing mustard seed to produce oil
- প`ল`নিয়ামMaterial Noun
প`ল`নিয়াম
প`ল`নিয়াম
- পʼইপা তাৰাCommon Noun
Small solid body from outer space that becomes incandescent when entering the earth's atmosphere.
- পʼইলাMaterial Noun
দুখিলামান পাত আৰু শিপা থকা নতুন গছ (বীজটো নোহোৱা হৈ যোৱা)৷
young plant with few leaves and roots but original seed itself dissolved out.
- পʼখৰিMaterial Noun
কৃত্ৰিমভাৱে সৃষ্টি কৰা বন্ধ পানীৰ সৰু জলাশয়৷
A small area of still water, especially one that is artificial.
- পঁইতাpam̐itāNoun
পানীত তিয়াই থোবা ভাত
boiled rice soaked in water and kept for another meal
- পঁইতা ভাতpoi.ta bhatCommon Noun
এৰাতি বা দিনতে অলপ দীঘলীয়া সময়ৰ বাবে পানীত তিয়াই থৈ খোৱা ভাত৷ এনে ভাতত সাধাৰণতে নিমখ, মিঠাতেল সানি কেঁচা জলকীয়া, পোৰা আলু বা সৰু পোৰা মাছৰ লগত খোৱা হয়৷
cooked rice kept in water for a night(sometimes for long hours within the day). It is then taken out of water,mixed with salt, mustard oil, green chilly and sometimes with grilled/broiled small fish.
- পঁইতা-চোৰাpam̐itā-corāNoun
মটীয়া ৰঙৰ পাখি লগা, মানুহৰ ঘৰত থকা এবিধ পোক
a cockroach
- পঁইতাচুৰুণীpo~i.ta.su.ru.niCommon Noun
A large dark-brown beetle, liable to infest houses.
- পঁইতাচোৰাpo~i.ta.so`.raCommon Noun
A large dark-brown beetle, liable to infest houses.
- পঁইষষ্ঠিpam̐iṣaṣṭhiNoun
পাঁচ আৰু ষাঠি
- পঁইসত্তৰpam̐isattaraNoun
তিনি কুৰি পোন্ধৰ
- পঁচকCommon Noun
পাছজনীয়া সংগীতৰ দল
a group of five people playing music or singing together
- পঁচপনpam̐capanaNoun
পাঁচ আৰু পঞ্চাছৎ
- পঁচপন্নpam̐capannaNoun
পাঁচ আৰু পঞ্চাছৎ
- পঁচাpam̐cāNoun
ৰাজহুবা কামৰ নিমিত্তে সমাজে ঘৰেপতি তোলা ধন বা বস্ত্ত
a subscription or contribution to any public festival or institution
- পঁচানব্বৈpo~.sa.nob.boiAbstract Noun
নৱৈতকৈ পাঁচ বেছি ৷
five more than ninety; the symbol denoting 95. (৯৫ in Assamese)
- পঁচান্নবৈpam̐cānnabaiNoun
পাঁচ আৰু নব্বৈ
- পঁচানৱৈpo~.sa.no.woiAbstract Noun
নৱৈতকৈ পাঁচ বেছি ৷
five more than ninety; the symbol denoting 95. (৯৫ in Assamese)
- পঁচাশীpam̐cāśīNoun
পাঁচ আৰু আশী; চাৰি কুৰি পাঁচ
eighty five