← ফুৰি যাওক

পঁচা

pam̐cā

অৰ্থ

1.

ৰাজহুবা কামৰ নিমিত্তে সমাজে ঘৰেপতি তোলা ধন বা বস্ত্ত

a subscription or contribution to any public festival or institution

বি.

2.

মাছ বা অইন জন্ত্ত খুঁচিবলৈ এমূৰে কেইবাডালো জোং গাটিই বন্ধা এডাল মাৰি

a long pole with several pointed sticks fastened at one end used in spearing fish

বি.

3.

উফলা আদি পৰ্ব্বতীয়া-জাতিক ইংৰাজে বহুৰি দিয়া ধনৰ পুৰস্কাৰ বা বঁটা

a yearly allowance paid to certain Hill tribes by the British Government of Assam to keep them peaceful

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পঁচা · অসমীয়া অভিধান