কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ণ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ণত্ব-বিধিṇatba-bidhiNoun
বিশেষকৈ সংস্কৱতত আৰু অসমীয়াতো ন আৰু ণৰ প্ৰয়োগৰ নিয়ম।
- ণত্ববিধিnot.to.bi.dhiAbstract Noun
অসমীয়া বানান পদ্ধতিত পৰিৱেশ ভেদে একেটা শব্দৰ বানানত ’ন’ কেতিয়া আৰু কেনেকৈ ’ণ’ হয়, তাৰ কিছুমান নিয়ম আছে৷ এই নিয়মসমূহকে ণত্ববিধি বোলে৷
a set of grammatical rules governing the change of 'ন' to 'ণ' in the spelling of some Assamese words.