← ফুৰি যাওক

ণত্ববিধি

not.to.bi.dhi

অৰ্থ

1.

অসমীয়া বানান পদ্ধতিত পৰিৱেশ ভেদে একেটা শব্দৰ বানানত ’ন’ কেতিয়া আৰু কেনেকৈ ’ণ’ হয়, তাৰ কিছুমান নিয়ম আছে৷ এই নিয়মসমূহকে ণত্ববিধি বোলে৷

a set of grammatical rules governing the change of 'ন' to 'ণ' in the spelling of some Assamese words.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ণত্ববিধি · অসমীয়া অভিধান