কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নna
ব্যঞ্জনবৰ্ণৰ কুৰি সংখ্যাৰ আখৰ
the twentieth consonant letter
- ন-ঘৰীয়াna-gharīẏāAdjective
আন ঠাইৰপৰা আহি নকৈ ঘৰ লোবা
settling newly in a place
- ন-ধৰ্তব্যno-dhor.to.byoVerbal Adj.
ধৰিবৰ অযোগ্য বা ধৰিব নলগীয়া
not capable of being perceived or known
- ন-ধৰ্ত্তব্যno-dhor.to.byoVerbal Adj.
ধৰিবৰ অযোগ্য বা ধৰিব নলগীয়া
not capable of being perceived or known
- নকঁপাno.ko~.paProper Adj.
অত্যধিক অস্থিৰতা নোহোৱা বা উত্থান-পতন নোহোৱা।
without too much disturbance or ups and downs.
- নকটাno.ko.taProper Adj.
খণ্ড খণ্ড নকৰা অথবা একগোট হৈ থকা ৷
Not divided or cut into pieces.
- নকলীAdjective
নকল কৰা; . কৱত্ৰিম
copied ; not genuine
- নখীAdjective
নখ বা হাতোৰা থকা (বাঘ আদি)
having sharp claws or nails
- নখৰnakharaAdjective
নখযুক্ত।
- নগণ্যnagaṇyaAdjective
তুচ্ছ; সামান্য
worthless; contemptible
- নগন্যno.go.nyoProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- নগুৰ-নাগতিnagura-nāgatiAdjective
অপদস্হ।
- নগ্নnagnaAdjective
নঙঠা; বিবস্ত্ৰ; গাত নিচেইকৈ কাপোৰ নিপিন্ধা
naked; nude
- নগ্নফুলProper Adj.
বৃত্তি আৰু পাহি নথকা
having neither calyx nor corolla
- নগৰ কেন্দ্ৰীকno.gor ken.drikProper Adj.
ডাঙৰ নগৰ বা চহৰ সমন্ধীয়
related or pertaining to the big towns or cities.
- নগৰীয়া
নগৰত থকা মানুহ
a citizen; a townsman
- নঙঠাnaṅaṭhāAdjective
নাঙঠ।
- নচলাno.so.laProper Adj.
বৰ্তমান ব্যৱহাৰ নোহোৱা হৈ যোৱা৷
no longer in use or no longer useful
- নজনাProper Adj.
কওঁতাজনৰ বাবে পৰিচয় নথকা
someone whose details or identity is not known to the speaker
- নজনা-নুশুনাno.jo.na-nu.xu.naProper Adj.
কওঁতাজনৰ বাবে পৰিচয় নথকা
someone whose details or identity is not known to the speaker