← ফুৰি যাওক

ন

na

অৰ্থ

1.

ব্যঞ্জনবৰ্ণৰ কুৰি সংখ্যাৰ আখৰ

the twentieth consonant letter

2.

অব্যয়; নাই, অভাব বা নিষেধ-বাচক; ব্যবহাৰৰ বাবে 'অ' চোবাঁ

a particle denoting prohibition, negation, etc.

3.

নতুন; নবীন; পুৰণি নোহোবা

new; fresh

বিণ.

4.

ন সংখ্যা

nine

বিণ.

5.

নবম

ninth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ