কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষণচাৰীProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষণজন্মাkṣaṇajanmāAdjective
শুভ মুহূৰ্ত্তত জন্ম গ্ৰহণ কৰা; ভাগ্যবান।
- ক্ষণভঙ্গুৰAdjective
খন্তেকীয়া; অচিৰস্হায়ী; ততালিকে ভগা বা নষ্ট হোবা
transitory; perishable
- ক্ষণস্থায়ীkhyo.nos.tha.yiProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষণস্হায়ীkṣaṇashāẏīAdjective
অলপ সময়ৰ কাৰণে থকা; খন্তেকীয়া।
- ক্ষণিকAdjective
অলপ সময় থকা; খন্তেকীয়া
momentary
- ক্ষত-বিক্ষতkṣata-bikṣataAdjective
বৰকৈ বা কেইবা ঠাইতো ঘা লগা; বৰকৈ কটা বা ফটা-ছিটা
lacerated; cut in several places
- ক্ষতবিক্ষতkhyo.to.bi.khyo.toVerbal Adj.
অনেক ঠাইত ঘা লগা, বৰকৈ কটা বা বিদীৰ্ণ কৰা ।
full of cuts and wounds.
- ক্ষতিকাৰকkhyo.ti.ka.rokProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- ক্ষতিকৰkhyo.ti.korProper Adj.
যি অপকাৰ বা ক্ষতি কৰিব পাৰে
harmful; liable to cause damage and loss;dangerous
- ক্ষতিগ্ৰস্তAdjective
লোকচান ভৰা।
- ক্ষতিজনকkhyo.ti.ka.rokProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- ক্ষনভংগুৰkhyo.no.bhong.gurProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষন্তেকীয়াkhyon.to.ki.yaProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- ক্ষমkhyomProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- ক্ষমণীয়khyo.mo.ni.yoProper Adj.
ক্ষমাৰ যোগ্য
Something ( normally an act) that can be forgiven
- ক্ষমতাপন্নAdjective
ক্ষমতা পোবা; ক্ষমতাবান; প্ৰতাপী
having power; valorous
- ক্ষমতাশালীkhyo.mo.ta.xa.liProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- ক্ষমতাহীনkhyo.mo.ta.hinProper Adj.
প্ৰভাৱ বা শক্তি নথকা ৷
Lacking strength or power.
- ক্ষমাপ্ৰাৰ্থীVerbal Adj.
মাফ বা ক্ষমা খোজাৰ বাবে আগ্ৰহী
willing or eager to apologize