কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঔ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঔত্পত্তিকout.pot.tikProper Adj.
জিন অথবা বংশগতি সম্বন্ধীয়
Of genes or hereditory information
- ঔদ্বাহিকou.dwa.hikProper Adj.
বিবাহৰ অথবা বিবাহ সংক্ৰান্তীয় ৷
Of or relating to the state of marriage.
- ঔদ্যোগিকou.dyo’.gikProper Adj.
উদ্যোগ সম্পৰ্কীয়৷
related to commercial production and sale of goods
- ঔদৰিকou.do.rikProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- ঔপচাৰিকoi.po.sa.rikProper Adj.
কঠোৰ নিয়ম-নীতিৰ মাজেৰে পৰিচালিত
markedly formal ceremony conforming to rigid rules and regulations
- ঔপজীবিকaupajībikaAdjective
জীবিকা-সম্পৰ্কীয়
occupational
- ঔপনিবেশিকaupanibeśikaAdjective
উপনিবেশ-সংক্ৰান্ত
colonial
- ঔপনিৱেশিকতাবাদীou.po.ni.be.xi.ko.ta.ba.diProper Adj.
যি ঔপনিৱেশিকতাবাদৰ সমৰ্থন কৰে
someone who supports colonialism
- ঔপলProper Adj.
শিল সম্পৰ্কীয়
related to stone, rock
- ঔবীজলুৱাProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- ঔষধীয়ou.xo.dhiyoVerbal Adj.
ৰোগ নিৰাময় কৰিব পৰা গুণ থকা কোনো বস্তু।
sth having quality of curing desease.
- ঔৎপাতিকautpātikaAdjective
অমঙ্গলীয়া; অশুভজনক; উৎপতীয়া; আপদীয়া
ominous; foretelling disaster
- ঔৰসaurasaAdjective
নিজৰপৰা নিজ ভাৰ্য্যাত জন্ম হোবা (সন্তান)
born from lawfully married parents
- ঔৰ্দ্ধদেহিকaurddhadehikaAdjective
মৱতকৰ উদ্ধাৰ অৰ্থাৎ স্বৰ্গলাভ কৰোবা; মৱত্যুৰ পাছত মৱতকে উদ্ধাৰ বা সদ্গতি পাবলৈ কৰিব লগা (শ্ৰাদ্ধাদি প্ৰেতকৰ্ম্ম); অন্ত্যেষ্টিক্ৰয়ি-সম্বন্ধীয়; যেনে-"ঔৰ্দ্ধদেহিক ক্ৰিয়া"
funeral
- ঔৰ্দ্ধদৈহিকaurddhadaihikaAdjective
মৱতকৰ উদ্ধাৰ অৰ্থাৎ স্বৰ্গলাভ কৰোবা; মৱত্যুৰ পাছত মৱতকে উদ্ধাৰ বা সদ্গতি পাবলৈ কৰিব লগা (শ্ৰাদ্ধাদি প্ৰেতকৰ্ম্ম); অন্ত্যেষ্টিক্ৰয়ি-সম্বন্ধীয়; যেনে-"ঔৰ্দ্ধদেহিক ক্ৰিয়া"
funeral
- ঔৰ্ধ্বদেহিকaurdhbadehikaAdjective
মৱতকৰ উদ্ধাৰ অৰ্থাৎ স্বৰ্গলাভ কৰোবা; মৱত্যুৰ পাছত মৱতকে উদ্ধাৰ বা সদ্গতি পাবলৈ কৰিব লগা (শ্ৰাদ্ধাদি প্ৰেতকৰ্ম্ম); অন্ত্যেষ্টিক্ৰয়ি-সম্বন্ধীয়; যেনে-"ঔৰ্দ্ধদেহিক ক্ৰিয়া"
funeral
- ঔৰ্ধ্বদৈহিকaurdhbadaihikaAdjective
মৱতকৰ উদ্ধাৰ অৰ্থাৎ স্বৰ্গলাভ কৰোবা; মৱত্যুৰ পাছত মৱতকে উদ্ধাৰ বা সদ্গতি পাবলৈ কৰিব লগা (শ্ৰাদ্ধাদি প্ৰেতকৰ্ম্ম); অন্ত্যেষ্টিক্ৰয়ি-সম্বন্ধীয়; যেনে-"ঔৰ্দ্ধদেহিক ক্ৰিয়া"
funeral