কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শ্বানśbānaNoun
কুকুৰ; যেনে-'তাৰ ফলে শৱগাল শ্বানৰ ভৈলো ৰোগ" (কীৰ্ত্তন)।
- শ্বাপদśbāpadaNoun
চিকাৰী জন্ত্ত; মাংসাহাৰী হিংসুক জন্ত্ত
a beast of prey
- শ্বাসśbāsaNoun
উশাহ; নিশ্বাস-প্ৰশ্বাস
breath
- শ্বাস প্ৰক্ৰিয়াswax pro.kri.yaAbstract Noun
বায়ু নাক-মুখেদি বাহিৰ-ভিতৰ কৰা কাম৷
the act of breathing.
- শ্বাস-প্ৰশ্বাসswax-pro.swaxAbstract Noun
বায়ু নাক-মুখেদি বাহিৰ-ভিতৰ কৰা কাম৷
the act of breathing.
- শ্বাসনলীswax.no.liMaterial Noun
ডিঙিৰ পৰা হাওঁফাওঁলৈ যোৱা নলীডাল।
A passage from the throat to the lungs.
- শ্বাসযন্ত্ৰswax.jon.troMaterial Noun
মেৰুদণ্ডী প্ৰাণীৰ বুকুত অৱস্থিত দুটা মোনাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ লগত জড়িত অঙ্গ, যি যথাক্ৰমে সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড আঁতৰায় আৰু অক্সিজেন যোগান ধৰে ৷
Either of two pouch-like respiratory organs in the chest of vertebrates which serves to remove carbon dioxide and provide oxygen to the blood by successive compression and expansion.
- শ্বাসাৱৰোধswa.xab.ro’dhAbstract Noun
Lack of sufficient air in the lung and of oxygen in the blood.
- শ্বাসৰন্ধ্ৰNoun
শ্বাসৰন্ধ্ৰ
শ্বাসৰন্ধ্ৰ
- শ্বাসৰোগswax.ro’gAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- শ্বাৰ্টśbārṭaNoun
এবিধ গাৰ চোলা
a shirt
- শ্বিলংsi.longProper Noun
উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰাজধানী চহৰ।
Shillong is the capital and Hill station of Meghalaya, one of the smallest states in India.
- শ্বেত পটলMaterial Noun
চকুৰ সন্মুখ ভাগত থকা স্বচ্ছ অংশ; ই চকুৰ মণিক সুৰক্ষা প্ৰদান কৰে৷
The transparent front part of the eye that covers the iris, pupil, and anterior chamber.
- শ্বেত পত্ৰswe.to pot.roAbstract Noun
চৰকাৰী বিবৃতি | কোন গুৰুতৰ বিষয়ৰ কৰ্তিপক্ষীয় বিবৃতি |
A government report.An authoritative report on a major issue, as by a team of journalists.
- শ্বেত মণ্ডলMaterial Noun
চকুৰ সন্মুখ ভাগত থকা স্বচ্ছ অংশ; ই চকুৰ মণিক সুৰক্ষা প্ৰদান কৰে৷
The transparent front part of the eye that covers the iris, pupil, and anterior chamber.
- শ্বেত ৰক্ত কণিকাswe.to rok.to ko.ni.kaProper Noun
শৰীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকা বগা ৰঙৰ ৰক্ত কণিকা ৷
White blood cells or leukocytes are cells of the immune system defending the body against both infectious disease and foreign materials.
- শ্বেতকse.tokMaterial Noun
সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷
A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography.
- শ্বেতগঙ্গাśbetagaṅgāNoun
জগন্নাথৰ ওচৰৰ এখন তীৰ্থস্হান; মাৰ্কণ্ডেয় সৰোবৰ।
- শ্বেতচ্ছদswe.tos.sodCommon Noun
NULL
any of numerous wild or domesticated web-footed swimming birds of the family Anatidae, esp. of the genus Anas and allied genera, characterized by abroad, flat bill, short legs, and depressed body.
- শ্বেতদ্বীপśbetadbīpaNoun
বিষ্ণুধাম; গোলক
the abode of Visnu