← ফুৰি যাওক

শ্বাস

śbāsa

অৰ্থ

1.

উশাহ; নিশ্বাস-প্ৰশ্বাস

breath

বি.

2.

প্ৰাণ যাবৰ সময়ত দীঘলকৈ টনা উশাহ

grasping at the moment of death

বি.

3.

উদফাই ৰোগ

asthma

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ