কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেঙুনীয়াbe.ngu.ni.yaAdjective Adj.
বেঙেনাৰ ৰঙৰ দৰে ৰং
the color or something of the color like egg-plant
- বেঙেনা-বুলীয়াbeṅenā-bulīẏāAdjective
বেঙেনা-বৰণীয়া; ক'লাৰে মিহলি ৰঙা; পূৰৈয়া, জামু-কলীয়া
purple
- বেচিbeciAdjective
অধিক; সৰহ
many; much
- বেচোৱাইbe.so`waiProper Adj.
বেতন গ্ৰহণ কৰি থকা ব্যক্তি অথবা বেতন থকা পদ |
Receiving a salary or having a salary attached.
- বেচ্becAdjective
ভাল; উত্তম
good; excellent
- বেচৰকাৰীbe.sor.ka.riProper Adj.
কোনো চৰকাৰী বা প্ৰসাশনিক কৰ্ত্তৃত্বৰ অধীনত নোহোৱা
not pertaining to an office or position of duty, trust, or authority
- বেছbechaAdjective
ভাল; উত্তম
good; excellent
- বেছিbechiAdjective
অধিক; সৰহ
many; much
- বেজাইbejāiAdjective
অতিপাত; কষ্টদায়ক
excessive; painful
- বেজায়be.jayProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- বেজাৰমুৱাbe.jar.mu.waProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- বেজি-মুবাAdjective
সৰু আৰু জোঙা মুখ থকা
having a small pointed face
- বেজেৰাbejerāAdjective
মনত অসন্তোষ জন্মোবা (মাত)
acrimonious; irritating
- বেজেৰুৱাbe.je.ru.waProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- বেটুবাAdjective
বেটু থকা।
- বেঠিকbe.thikProper Adj.
যি শুদ্ধ বা সঠিক নহয়; গ্ৰহণযোগ্য মান বা নিয়ম বহিৰ্ভূত কথা বা ব্যৱহাৰ।
not accurate or true; speaking or behaving in a way that does not follow accepted standard or rules.
- বেতনভোগীbe.ton.bho`.giProper Adj.
বেতন গ্ৰহণ কৰি থকা ব্যক্তি অথবা বেতন থকা পদ |
Receiving a salary or having a salary attached.
- বেতেৰি-চেপাbeteri-cepāAdjective
কৱপণ; কৰাইচ।
- বেতেৰি-বন্ধিয়াbe.te.ri-bon.dhi.yaProper Adj.
আন্তঃসংযোগী বিভিন্ন অংশেৰে গঠিত আৰু বুজিবলৈ কঠিন৷
Consisting of interconnected or interwoven parts and so it is difficult to understand.
- বেতেৰি-বন্ধীয়াbeteri-bandhīẏāAdjective
গাঁঠি নিছিগা; জটিল; মেৰ-পাক খোবা
tangled; complicated