← ফুৰি যাওক

বেতেৰি-বন্ধীয়া

beteri-bandhīẏā

অৰ্থ

1.

গাঁঠি নিছিগা; জটিল; মেৰ-পাক খোবা

tangled; complicated

বিণ.

2.

নিজৰ মত নেৰা

sticking to one's opinion obstinately

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বেতেৰি-বন্ধীয়া · অসমীয়া অভিধান