কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সোণ-পানী চৰোৱাxo`n-pa.ni so.ro`.waVerbal Adj.
সোণেৰে বোলোৱা বা সোণৰ প্ৰলেপ দিয়া
coated with gold (especially by electro-plating)
- সোণখতোবাAdjective
inlaid with gold
- সোণবৰনীয়াxo`n.bo.ro.ni.yaProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- সোণসেৰীয়াsoṇaserīẏāAdjective
এসেৰ সোণৰ সমান মূল্যৰ; বহু-মূলীয়া
valuable; precious
- সোণামুবাsoṇāmubāAdjective
সোণৰ নিচিনা ৰূপহ মুখ থকা; প্ৰিয়; মৰম-লগা
having a lovely face; beloved
- সোণাময়Proper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- সোণালীsoṇālīAdjective
সোণ-বৰণীয়া; সোণৰ নিচিনা বহুমূলীয়া
gold-coloured; golden
- সোণাৰি-গঢ়ীsoṇāri-gaṛhīAdjective
সোণাৰিয়ে গঢ়াৰ দৰে ধুনীয়া; দেখিবলৈ ভাল; দেখনিয়াৰ
good looking; beautiful
- সোণোবালীsoṇobālīAdjective
সোণৰ বন কৰা; সোণৰ ফুল বছা
embroidered or ornamented with gold
- সোণোৱালীxo’.no’.wa.liProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- সোণৰxo`.norProper Adj.
সোণেৰে নিৰ্মিত অথবা সোণৰ প্ৰলেপযুক্ত ৷
Made from or covered with gold.
- সোত-মোছxo`t-mo`sVerbal Adj.
কোঁছ খাই থকা, বহুতো ভাঁজ লাগি থকা; বিশেষকৈ কাপোৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
showing many folds or creases, especially after being crushed or folded into a smaller shape.
- সোতোৰ-মোতোৰxo`.to`r-mo`.to`rVerbal Adj.
কোঁছ খাই থকা, বহুতো ভাঁজ লাগি থকা; বিশেষকৈ কাপোৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
showing many folds or creases, especially after being crushed or folded into a smaller shape.
- সোতোৰা পৰাxo`.to`.ra po.raVerbal Adj.
কোঁছ খাই থকা, বহুতো ভাঁজ লাগি থকা; বিশেষকৈ কাপোৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
showing many folds or creases, especially after being crushed or folded into a smaller shape.
- সোদৰsodaraAdjective
সহোদৰ; এজনী মাকৰে গৰ্ভজাত
born of the same mother
- সোনকালsonakāla
শীঘ্ৰতা; অবিলম্ব; বেগা-বেগি
haste; quickness
- সোপসুপীয়াsopasupīẏāAdjective
কোমল; সোপাসোপ কৰিব পৰা
soft like cotton; spongy
- সোপা-ঢিলাsopā-ḍhilāAdjective
টান কাম কৰিব নোবৰা; ঢিলা
feeble, imbecile
- সোপা-সোপsopā-sopaAdjective
বেলেগ বেলেগ সোপা বা ভাগত বিভক্ত অনেক সোপা হোবা; , ক্ৰি. বি. সোপাসোপে।
divided into separate masses
- সোপানাকাৰxo`.pa.na.karProper Adj.
সোপান বা জখলা সদৃশ
resembling a ladder