কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিহনিnihaniNoun
নিসনি।
- নিহন্তাnihantāNoun
বধ কৰোঁতা
a killer
- নিহালিnihāliNoun
বাহিৰত কাপোৰ, ভিতৰত বহলাই তুলা মেলি শোওঁতে গাত লোবা জাৰ-কাপোৰ
a quilt
- নিহালীnihālīNoun
বাহিৰত কাপোৰ, ভিতৰত বহলাই তুলা মেলি শোওঁতে গাত লোবা জাৰ-কাপোৰ
a quilt
- নিহাৰণni.ha.ronVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- নিহাৰিni.ha.riProper Noun
ধাতুশালত(সোণাৰী,কমাৰ,কঁহাৰ আদিৰ)ধাতু পিটি গঢ় লগোৱা লোহাৰ সঁজুলি ৷
an iron block on which a blacksmith puts hot pieces of metal before shaping them with a hammer.
- নিহিতাৰ্থni.hi.tar.thoAbstract Noun
কোনো শব্দ, কথা বা চিহ্ণৰ নিহিত তাৎপৰ্য।
what is intended to be, or actually is, expressed or indicated.
- নিহুৰnihuraNoun
অঙ্গচালনা-বিশেষ।
- নি্ৰ্ধৰাণকাৰীCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary
- নিয়ঁতীni.yo~.tiCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- নিয়ঁতী চৰাইni.yo~.ti so.raiCommon Noun

- নিয়ঁতী, নিয়ঁতী চৰাইniẏam̐tī, niẏam̐tī, carāiNoun
ফেঁচা
an owl
- নিয়ঁৰ ভঙাni.yo~r bho.ngaMaterial Noun
গাহৰিৰ গলধনৰ তলৰ অংশ। গাহৰি মাংসৰ সকলোতকৈ সুস্বাদু অংশ বুলি জনমানসত প্ৰচলিত।
The lower neck of the Pig. It is a combination of two assamese words Niyor(নিয়ঁৰ) and Bhonga(ভঙা) which respectively means "Dew" and "The act of breaking" i.e. the part of the pig that breaks the dew off the grass when it walks. The most tasty part of Pig according to local custom of Assam.
- নিয়তিniẏatiNoun
অদৱষ্ট; কপাল, পূৰ্ব্বে নিৰুপিত হৈ অহা; দশা
destiny
- নিয়নniẏanaNoun
নিয়া কাৰ্য্য; লৈ যোবা কাৰ্য্য
the act of taking or carrying
- নিয়নিni.yo.niAbstract Noun
বেজি সূতাৰে কাপোৰত জোৰা দিয়া কাৰ্য
the act of joing two clothes by a tread and a needle.
- নিয়ন্ত্ৰকni.yon.trokCommon Noun
Mechanism to control or alter speed, quantity, etc.
- নিয়ন্ত্ৰক গ্ৰিডMaterial Noun
নিয়ন্ত্ৰক গ্ৰিড
নিয়ন্ত্ৰক গ্ৰিড
- নিয়ন্ত্ৰণniẏantraṇaNoun
শাসন; দমন।
- নিয়মniẏamaNoun
কাৰ্য্যৰ ৰীতি; বিধি
a rule; procedure