নিয়ম
niẏama
অৰ্থ
1.
কাৰ্য্যৰ ৰীতি; বিধি
a rule; procedure
বি.
2.
দস্ত্তৰ; প্ৰথা; নীতি
practice; usage
বি.
3.
চুক্তি
a contract; an agreement
বি.
4.
ভাল নিয়মত ৰাখ্; যেনে-"হৈবা শান্ত মনক নিয়মি" (কীৰ্ত্তন)
to keep in proper order
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ