কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বুলেট প্ৰুফbu.let prufProper Adj.
গুলীয়ে ভেদ কৰিব নোৱাৰা৷
that gives protection against bullets.
- বুঢ়াbuṛhāNoun
অধিক বয়সৰ মানুহ
an old man
- বুঢ়ামুবাbuṛhāmubāAdjective
দেখিবলৈ বুঢ়াৰ নিচিনা
old looking
- বুঢ়ামুৱাbur.ha.mu.waAdjective Adj.
দেখাত বুঢ়া মানুহৰ দৰে৷
somebody who looks like an old man.
- বুঢ়ালোকbur.ha.lo`kProper Adj.
বহুত বয়স হোৱা
having many years of age
- বুৰঞ্জীমূলকbu.ron.ji.mu.lokProper Adj.
বুৰঞ্জীত নাম থকা বা প্ৰাধান্য থকা৷
Famous or important in history; related to history
- বুৰ্বকbur.bokProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- বৃক্ষবাসীbri.khyo.ba.xiAdjective Adj.
গছত বাস কৰা৷
(of birds, animals etc.) living in trees.
- বৃত্তাকাৰbrit.ta.karProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- বৃত্তাকৃতিbrit.ta.kri.tiProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- বৃত্তিগতbrit.ti.go.toProper Adj.
বৃত্তিৰ সৈতে জড়িত কৰ্মদক্ষতা সম্পৰ্কীয়
oriented to a professional skill
- বৃত্তিমূলকbri.ti.mu.lokProper Adj.
বৃত্তিৰ সৈতে জড়িত কৰ্মদক্ষতা সম্পৰ্কীয়
oriented to a professional skill
- বৃত্তীয়brit.ti.yoProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- বৃথাbri.thaProper Adj.
কোনো কামত নহা বা অদৰকাৰী।
Serving no purpose and so having no utility.
- বৃদ্ধbrid.dho.Proper Adj.
বহুত বয়স হোৱা
having many years of age
- বৃদ্ধিকাৰকbrid.dhi.ka.rokVerbal Adj.
যি গুণ, মূল্য, ক্ষমতা আদি বঢ়ায়
which intensifies or increases in quality, value, power, etc.
- বৃন্তহীনProper Adj.
ঠাৰি বা বৃন্ত অবিহনে পোনপটীয়াকৈ ভূমিৰ সৈতে যুক্ত হৈ থকা
attached directly by its base without a stalk or peduncle
- বৃষ্টিবহুলbris.ti.bo.hulProper Adj.
বৰষুণেৰে ভৰি থকা
full of rain or filled up with rain
- বৃষ্টিভৰাbris.ti.bho.raProper Adj.
বৰষুণেৰে ভৰি থকা
full of rain or filled up with rain
- বৃহত্তমbri.hot.tomProper Adj.
সাধাৰণ আকাৰতকৈ ডাঙৰ আকাৰৰ৷
larger or bigger than any other items considered.