← ফুৰি যাওক

বুঢ়া

buṛhā

অৰ্থ

1.

অধিক বয়সৰ মানুহ

an old man

বি.

2.

অধিক বয়সৰ; বৱদ্ধ

old; aged

বিণ.

3.

বহুদিনীয়া; পুৰণি

old

বি.

4.

কোমল গুচি টান হোবা; পৈণত; পকা (ফল, লাও, পাত)

developed; matured

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ