কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেৰাৰখীয়াbhe.ra.ro.khi.yaCommon Noun
ভেড়াৰ যতন লোৱা আৰু সিহঁতক এঠাইৰ পৰা আন ঠাইলৈ লৈ ফুৰোৱা ব্যক্তি
a person whose job is to take care of sheep and move them from one place to another
- ভেৰীbherīNoun
পটহ; এবিধ ছালৰ বাদ্য
a kind of drum
- ভেৰুbheruNoun
পটহ; এবিধ ছালৰ বাদ্য
a kind of drum
- ভেৰুলbherulaNoun
বৰল।
- ভেৰোণbhe.ro`nAbstract Noun
আন কোনো গৰাকীৰ ঘৰ, অফিচ বা আন সম্পত্তি ব্যৱহাৰ কৰাৰ কাৰণে মালিকক দিয়া টকা ৷
a payment or series of payments made by the lessee to an owner for use of some property like a building, an apartment, an office, or other property.
- ভেৰোণীয়া সেনাbhe.ro`.ni.ya xe.naCommon Noun
যি দেশেই বা দলেই অধিক বেতন পইচা আৰু সুবিধা দিয়ে সেই পক্ষৰ হৈ যুঁজ কৰা সৈন্য৷
a soldier who will fight for any country or group which pays him more.
- ভেৰোণীয়া সৈনিকbhe.ro`.ni.ya xoi.nikCommon Noun
যি দেশেই বা দলেই অধিক বেতন পইচা আৰু সুবিধা দিয়ে সেই পক্ষৰ হৈ যুঁজ কৰা সৈন্য৷
a soldier who will fight for any country or group which pays him more.
- ভেৰোণীয়া সৈন্যbhe.ro`.ni.ya xoi.nyoCommon Noun
যি দেশেই বা দলেই অধিক বেতন পইচা আৰু সুবিধা দিয়ে সেই পক্ষৰ হৈ যুঁজ কৰা সৈন্য৷
a soldier who will fight for any country or group which pays him more.
- ভেৰ্ ভেৰ্bher, bherNoun
কোমল বোকাত ভৰি সোমালে হোবা শব্দ
an imitative word used to express the sound like that caused by deep soft mud when trampled upon
- ভেৰ্মেঠbhermeṭhaNoun
ঠেহ; ঠেহ ধৰি কাম কৰিবলৈ অসম্মতি
sulkiness
- ভেৰ্মেঠালিNoun
ঠেহ পতা কাৰ্য্য বা স্বভাব।
- ভেৰ্ম্মেঠbhermmeṭhaNoun
ঠেহ; ঠেহ ধৰি কাম কৰিবলৈ অসম্মতি
sulkiness
- ভেৰ্ম্মেঠালিNoun
ঠেহ পতা কাৰ্য্য বা স্বভাব।
- ভৈয়াইbhaiẏāiNoun
ভাই
a brother
- ভৈয়ামbhaiẏāmaNoun
পৰ্ব্বতৰ নামনি সমতল ভূমি
a plain
- ভৈৰবকুণ্ডbho``i.rob.kun.doProper Noun
ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰবকুণ্ড৷
Place in north of Odalguri in Assam.
- ভৈৰবীNoun
দুৰ্গা
Durgā
- ভৈৰবী-চক্ৰbhairabī-cakraNoun
শিব পূজা কৰা মতা-তিৰোতাসকলে ৰাতি একেলগে মিলি মদ-ভোজ খাই আৰু নাচ-বাগ কৰি শিবৰ সেবা কৰা কাৰ্য্য
a nocturnal heterodox congregation of the followers of the Tantras where Śiva is worshipped with eating, drinking and dancing
- ভৈৰৱbhoi.robProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভৈৰৱীbhoi.ra.biProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.