ভেৰোণ
bhe.ro`n
অৰ্থ
1.
আন কোনো গৰাকীৰ ঘৰ, অফিচ বা আন সম্পত্তি ব্যৱহাৰ কৰাৰ কাৰণে মালিকক দিয়া টকা ৷
a payment or series of payments made by the lessee to an owner for use of some property like a building, an apartment, an office, or other property.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
বাছ, ৰেল, বিমান বা অন্য যান-বাহনত উঠাৰ বাবে দিবলগীয়া মূল্য
the price of conveyance or passage in a bus, train, airplane, or other vehicle
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ