কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বুটা বচাbo.ta bo.saProper Adj.
ফুলৰ ছবি থকা (গামোচা); ৰহণ সনা (বক্তৃতা)।
Of or relating to or suggestive of flowers (a flowery hat); Marked by elaborate rhetoric and elaborated with decorative details (a flowery speech).
- বুতাProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- বুতিProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- বুদ্ধbuddhaAdjective
জ্ঞানী
- বুদ্ধিত বৃহস্পতিbud.dhit bri.hos.po.tiProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- বুদ্ধিদীপ্তbud.dhi.dip.toProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- বুদ্ধিদ্বীপ্তbud.dhi.dwip.toProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- বুদ্ধিপুষ্টbud.dhi.pus.toProper Adj.
মানসিক ক্ষমতা বা বুদ্ধি সম্পৰ্কীয়
related to mental faculty
- বুদ্ধিবন্তbud.dhi.bon.toProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- বুদ্ধিভ্ৰষ্টAdjective
সুবুদ্ধি নষ্ট হোবা; বেয়া বুদ্ধিয়ে ধৰা
deprived of the power of right understanding
- বুদ্ধিমত্তbud.dhi.mot.toProper Adj.
মানসিক ক্ষমতা বা বুদ্ধি সম্পৰ্কীয়
related to mental faculty
- বুদ্ধিমন্তAdjective
বুদ্ধি থকা; বুধিয়ক।
- বুদ্ধিমানAdjective
বুদ্ধি থকা; বুধিয়ক।
- বুদ্ধিশালীbud.dhi.xa.liProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- বুদ্ধুbud.dhuCommon Noun
বুদ্ধি নোহোৱা মানুহ।
a person showing lack of sense.
- বুধবৰীয়াbudhabarīẏāAdjective
বুধবাৰে হোবা, বহা বা উৎপন্ন হোবা
sitting born or produced on Wednesday
- বুনিয়াদীbuniẏādīAdjective
গুৰি-শকত' ডাঙৰ বংশৰ
of noble origin
- বুন্দামাৰAdjective
জপটিয়াই মৰা; যেনে-"কাটি মাৰি স্নেচ্ছক কৰিবা বুন্দামাৰ" (কীৰ্ত্তন)
totally destroyed
- বুভুক্ষিতbubhukṣitaAdjective
ভোক লগা; ভুকীয়া; যেনে-"বুভুক্ষিত প্ৰাণী নকৰয় কোন পাপ" (কিষ্কিন্ধ্যাকাণ্ড)
hungry
- বুভুক্ষুProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.