বুদ্ধ
buddha
অৰ্থ
1.
জ্ঞানী
বিণ.
2.
শাক্যসিংহ; গৌতম, বৌদ্ধধৰ্ম্মৰ প্ৰবৰ্ত্তক; . বিণ. সকলো জনা; জ্ঞানী; যেনে-"কৱষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেব" (নামঘোষা)।
the founder of Buddhism
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ