কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শেলśelaNoun
যাঠীৰ নিচিনা জোঙা অস্ত্ৰ
a dart; a stake
- শেলাxe.laMaterial Noun
পুৰণি কালত ব্যৱহৃত এবিধ অস্ত্ৰ
One kind of weapon with a sharp pointer in the front side used by the Ahom kings(Also by others) during wars in old time
- শেলাইśelāiNoun
শিল, কাঠ, জেকা মাটিত গজা এবিধ ডাল, পাত আৰু ফুল নধৰা ক'লা বা সেউজীয়া বৰণৰ মলিৰ নিচিনা ক্ষুদ্ৰ কোমল বন [ইয়াৰ এজাতি দীঘল দীঘল চুলিৰ নিচিনা পানীত হয়। তাক ম'হ আদি জন্ত্তবে খায়।]
moss
- শেলুকśelukaNoun
ভেঁট গছৰ পানীৰ তলত বঢ়া ঘূৰণীয়া মূল
the root of the water-lily
- শেলুবৈśelubaiNoun
শিল, কাঠ, জেকা মাটিত গজা এবিধ ডাল, পাত আৰু ফুল নধৰা ক'লা বা সেউজীয়া বৰণৰ মলিৰ নিচিনা ক্ষুদ্ৰ কোমল বন [ইয়াৰ এজাতি দীঘল দীঘল চুলিৰ নিচিনা পানীত হয়। তাক ম'হ আদি জন্ত্তবে খায়।]
moss
- শেলুৱৈxe.lu.woiCommon Noun
জেকা ঠাইত হোৱা সেউজীয়া বৰণৰ এবিধ সৰু সৰু উদ্ভিদ৷
Any of various chiefly aquatic, eukaryotic, photosynthetic organisms, ranging in size from single-celled forms to the giant kelp. Algae were once considered to be plants but are now classified separately because they lack true roots, stems, leaves, and embryos
- শেষśeṣaNoun
অন্ত; ওৰ
the end
- শেষ দশাAbstract Noun
মৃত্যুৰ সময় বা মুহূৰ্ত
the time or moment of death
- শেষ নিশাxex ni.xaCommon Noun
মাজ ৰাতিৰ পৰা পুৱতি নিশালৈকে বা তাৰ আগৰ সময়চোৱা৷
the period from midnight till early morning.
- শেষ শয্যাCommon Noun
যিখন বিছনা বা শোৱা পাটীত কাৰোবাৰ মৃত্যু হৈছে বা মৃত্যু হওঁ হওঁ অৱস্থাত আছে৷
the bed on which a person dies/is dying.
- শেষকালNoun
অন্তকাল; মৰণৰ সময়
last moment; time of death
- শেষকৃত্যxex.kri.tyoAbstract Noun
মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷
a religious, ceremonial process of burning(cremating)or burying a dead person.
- শেষফলxex.pholAbstract Noun
পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।
a phenomenon that follows and is caused by some previous phenomenon.
- শেষাবস্হাNoun
শেষ দশা; মৰণৰ অলপ আগৰ সময় বা কাল
the last or concluding stage; the time of death
- শেষাৱস্থাAbstract Noun
মৃত্যুৰ সময় বা মুহূৰ্ত
the time or moment of death
- শেহśehaNoun
শেষ; অন্ত
the end
- শেহনিśehaniNoun
বাকীভাগ; ওপৰৰ ভাগ নিলে তলত বাকী থকা বস্ত্ত
the remainder; balance
- শেহান্তৰśehāntaraNoun
নিচেই পাছ; সৰ্ব্বশেষ; অবশেষ
the end; the conclusion
- শেৱালিxe.wa.liCommon Noun
a small fragrant flower that blossoms during the night and falls down early morning.
- শৈক্ষিকতাxoi.khyi.ko.taAbstract Noun
শিক্ষকে কৰা কাম বা বৃত্তি ৷
the act or profession of a person who teaches.