← ফুৰি যাওক

শেষ

śeṣa

অৰ্থ

1.

অন্ত; ওৰ

the end

বি.

2.

কোনো ঘটনা, সময় বা বস্ত্তৰ পিছৰ ভাগ

the latter part; conclusion

বি.

3.

অন্ত পৰা; ওৰ পৰা; ঢুকোবা

ended; finished

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ