কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেলেকী বাজিbhe.le.ki ba.jiAbstract Noun
যাদুৰ প্ৰদৰ্শনী
a show of visual illusions or magic.
- ভেলেকী-লণ্ঠনbhelekī-laṇṭhanaNoun
বস্ত্তৰ সৰু নক্সা বা ছবি ডাঙৰ কৰি দেখুওবা যন্ত্ৰ
a magic lantern
- ভেলেকীবিদ্যাbhe.le.ki.bi.dyaAbstract Noun
অশুভ শক্তিৰ সহায়েৰে অলৌকিক কৰ্মকাণ্ড দেখুৱা কাৰ্য্য বা সেই সম্পৰ্কীয় বিদ্যা
the art, practices, or spells of a person who is supposed to exercise supernatural powers through the aid of evil spirits; black magic; witchery.
- ভেলেঙীbheleṅīNoun
বহল কাণেৰে এবিধ ডাঙৰ শৰ পহু
a kind of large swamp deer
- ভেলেঙ্গীbhe.le.ngiCommon Noun
প্রজননৰ বাবে উপযুক্ত মাইকী হৰিণা
the female of the deer, antelope, goat, rabbit, and certain other animals
- ভেল্কীবাজbhel.ki.bajCommon Noun
যাদুৰ কৌশল জনা লোক৷
a person who can do tricks as entertainment.
- ভেশbheśaNoun
পোছাক; ৰূপ
- ভেষজbheṣajaNoun
ঔষধ
medicine
- ভেষজবিজ্ঞানbhe.xoj.bi.gyanAbstract Noun
দৰৱ প্ৰস্তুতকৰণ আৰু পৰিবেশনৰ সৈতে জড়িত বিজ্ঞান বা বিদ্যা।
The science of preparing and dispensing drugs.
- ভেষজবিদ্যাbhe.xoj.bi.dyaAbstract Noun
দৰৱ প্ৰস্তুতকৰণ আৰু পৰিবেশনৰ সৈতে জড়িত বিজ্ঞান বা বিদ্যা।
The science of preparing and dispensing drugs.
- ভেষজালয়bhe.xo.ja.loyMaterial Noun
ঔষধপাতি যোগান ধৰা ঠাই/ঘৰ|
Clinic where medicine and medical supplies are dispensed.
- ভেহbhehaNoun
এবিধ ওখ ডাঙৰ আওকাঠী গছ [ইয়াৰ দুজাতি; মগা- ভেহ, বাম মাটিত হয়; পানী-ভেহ, দ ঠাইত হয়, নগা ভেহৰ কাঠ টান, চতি, মাৰলি আদিলৈ ভাল।]
a kind of forest tree; SAlix tetraspermum
- ভেড়াbheṛāNoun
এবিধ দীঘল আৰু বৰ ডাঠ নোম থকা বিদেশী ছাগলী; ; স্ত্ৰী. ভেড়ী।
a sheep; a ram
- ভেড়া-ঘৰbheṛā-gharaNoun
ফাকুবাৰ আগদিনা ছাগলী এটা ভিতৰত থৈ জুই লগাই দিবলৈ সজা সৰু ঘৰ।
- ভেড়াৰখীয়াbhe.ra.ro.khi.yaCommon Noun
ভেড়াৰ যতন লোৱা আৰু সিহঁতক এঠাইৰ পৰা আন ঠাইলৈ লৈ ফুৰোৱা ব্যক্তি
a person whose job is to take care of sheep and move them from one place to another
- ভেৰbheraNoun
জুলীয়া বস্ত্তৰ তলত পৰা মল
dirt deposited at the bottom of a liquid
- ভেৰণbhe.ronAbstract Noun
আন কোনো গৰাকীৰ ঘৰ, অফিচ বা আন সম্পত্তি ব্যৱহাৰ কৰাৰ কাৰণে মালিকক দিয়া টকা ৷
a payment or series of payments made by the lessee to an owner for use of some property like a building, an apartment, an office, or other property.
- ভেৰণিNoun
বিস্তৰ ভেৰ থকা ঠাই; বোকা, গোবৰ আদৰে ভৰি থকা ঠাই
a place full of deep mud, cowdung, etc., etc.; a miry place
- ভেৰাbhe.raCommon Noun
ছাগলীৰ সৈতে মিল থকা এবিধ নোমাল স্তন্যপায়ী জন্তু
a small hairy mammal similar to a goat
- ভেৰাকুটিbherākuṭiNoun
হাত-মুখ আদি বিকটাই কৰা ধেমালি; ধেমালিত কৰা মিছা ভাও
waggishness; fun made by mimicking