← ফুৰি যাওক

ভেৰণি

অৰ্থ

1.

বিস্তৰ ভেৰ থকা ঠাই; বোকা, গোবৰ আদৰে ভৰি থকা ঠাই

a place full of deep mud, cowdung, etc., etc.; a miry place

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেৰণি · অসমীয়া অভিধান