কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুৰূপsurūpaNoun
ভাল ৰূপ বা গঢ়; সু-আকৱতি
beautiful form
- সুৰূপাxu.ru.paProper Adj.
having beauty (refered to a lady)
- সুৱদিxu.wo.diProper Adj.
যিটো শুনিবলৈ মধুৰ
Sweet sounding or producing melody; something which is pleasant to hear.
- সুৱৰ্ণখচিতxu.bor.no.kho.si.toVerbal Adj.
সোণেৰে বোলোৱা বা সোণৰ প্ৰলেপ দিয়া
coated with gold (especially by electro-plating)
- সুৱৰ্ণময়xu.bor.no.moyProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- সূক্ষ্মsūkṣmaAdjective
অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি
very little or small; minute; very fine
- সূক্ষ্মকোণীAdjective
acute-angled
- সূক্ষ্মগ্ৰাহীxukh.mo.gra.hiProper Adj.
অতি সাৱধান বা যত্ন লৈ কৰা৷
possessing carefulness. extremely careful and precise.
- সূক্ষ্মদৰ্শীAdjective
চোকা দৱষ্টি থকা; সূক্ষ্ম বিচাৰ কৰা; তীক্ষ্ণ বুদ্ধি থকা
keen-sighted; very intelligent
- সূক্ষ্মাতিসূক্ষ্মxukh.ma.ti.xukh.moProper Adj.
অতি সৰু, আণুৱিক্ষণিক, নগন্য
minuscule, tiny, extremely small, microscopic, insignificant
- সূচাxu.saProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- সূচিতxu.sitVerbal Adj.
যিটো অনুমান বা আন্দাজ কৰা হৈছে
which has been believed to be true or expected to happen
- সূচীতxu.si.toProper Adj.
entered in or added to a given list.
- সূচীবদ্ধxu.si.bod.dhoProper Adj.
entered in or added to a given list.
- সূচীভূক্তxu.si.bhuk.toProper Adj.
entered in or added to a given list.
- সূচীয়াxu.si.yaProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- সূনxu.noVerbal Adj.
জন্ম হোৱা
Brought into life by birth.
- সূৰিxu.riProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- সূৰীbyuProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- সৃজনশীলsri.jon.xilProper Adj.
কোনো সাহিত্য বা শিল্প যি সৃষ্টাজনৰ নিজৰ সৃষ্টি৷
something that is ingenious