কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বীতৰাগAdjective
অনুৰাগ বা আসক্তি নোহোবা।
- বীভছbībhachaAdjective
অতিশয় কুৰূপ; ঘিণ লগা
ugly; despicable
- বীভত্সbi.bhot.xoProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- বীভৎসbībhatsaAdjective
অতিশয় কুৰূপ; ঘিণ লগা
ugly; despicable
- বীভৎসুbībhatsuAdjective
অৰ্জ্জুনৰ এটা নাম।
- বীৰোচিতbi.ro`.sitProper Adj.
বীৰৰ দৰে চৰিত্ৰ বা গুণ থকা বা প্ৰদৰ্শন কৰা
having or displaying the character or attributes of a hero
- বীৰ্যহীনAdjective
বল আৰু সাহ নথকা; দুৰ্ব্বল
weak; cowardly
- বীৰ্য্যহীনAdjective
বল আৰু সাহ নথকা; দুৰ্ব্বল
weak; cowardly
- বীৰ্য্যৱন্তbir.jyo.won.toProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- বীৰ্য্যৱানbir.jyo.banProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- বুকু-ডাঠbuku-ḍāṭhaAdjective
সাহিয়াল
courageous
- বুকু-পাতলbuku-pātalaAdjective
ভয়াতুৰ
timid
- বুকুভঙাbu.ku.bho.ngaProper Adj.
(এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷
(a news or event) so sad that it distresses one's heart or mental states.
- বুকুভৰাbu.ku.bho.raProper Adj.
গভীৰভাৱে অনুভৱ কৰা অনুভূতি৷ উদাহৰণ- হিয়াভৰা মৰম৷
(of a feeling or its expression) deeply and strongly felt; sincere.
- বুকুৱাbu.kuwaProper Adj.
বুকুৰ সমান ওখ বা দ৷
as high as the breast of a man.
- বুজনNoun
বুজা কাৰ্য্য
the act of understanding
- বুজন- নিৰ্গতAdjective
জানি-বুজিও নিৰ্গতালি বা দুষ্টালি কৰা
doing wrong deliberately; a conscious criminal
- বুজাওঁতাAdjective
জনা; জ্ঞানী
sensible; wise
- বুটাbuṭāAdjective
চুটি-চাপৰ
of short stature
- বুটা ফুল বচাbu.ta phul bo.saProper Adj.
ফুলৰ ছবি থকা (গামোচা); ৰহণ সনা (বক্তৃতা)।
Of or relating to or suggestive of flowers (a flowery hat); Marked by elaborate rhetoric and elaborated with decorative details (a flowery speech).