← ফুৰি যাওক

বীৰ্যহীন

অৰ্থ

1.

বল আৰু সাহ নথকা; দুৰ্ব্বল

weak; cowardly

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বীৰ্যহীন · অসমীয়া অভিধান