কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ৰব্যাদকkrabyādakaAdjective
মাংস-ভোজী; যি কেবল মঙহ খায়
flesh-eating; carnivorous
- ক্ৰমবিকাশীয়Proper Adj.
ক্ৰমবিকাশ বিষয়ক
pertaining to evolution
- ক্ৰমবিৱৰ্ত্তনজনিতProper Adj.
ক্ৰমবিকাশ বিষয়ক
pertaining to evolution
- ক্ৰমবৰ্ধমানkro.mo.bor.dho.manProper Adj.
অলপ অলপকৈ একেৰাহে বাঢ়ি গৈ থকা
something that is growing or increasing in size, amount etc.
- ক্ৰমমানkro.mo.manProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- ক্ৰমাগতkramāgataAdjective
এটাৰ বাছৰ আনটো হৈ বা চলি থকা
coming down in regualr succession
- ক্ৰমিকkramikaAdjective
ক্ৰম-অনুসাৰে হোবা; যাৰ পাছত যিটো হ'ব লাগে, সেইদৰে হোবা; যেনে-"ক্ৰমিক নম্বৰ"
serial
- ক্ৰান্তদৰ্শীkran.to.dor.xiProper Adj.
সকলো কথা জনা৷
Having total knowledge; knowing everything
- ক্ৰান্তীয়Proper Adj.
১. গ্ৰীষ্মপ্ৰধান অঞ্চলত হোৱা বা থকা২. অতি গৰম আৰু আৰ্দ্ৰ৩. গ্ৰীষ্মপ্ৰধান অঞ্চল বা গৰম বতৰত ব্যৱহাৰৰ উপযোগী
adjective1.pertaining to, characteristic of, occurring in, or inhabiting the tropics, especially the humid tropics2. very hot and humid3. designed for use in the tropics or in very hot weather noun4.tropicals, lightweight clothing, suitable for warm, especially summer weather.
- ক্ৰিয়া-ধৰাkriẏā-dharāAdjective
মৱতকৰ অশৌচ-ব্ৰত খটা আৰু শৰাধ আদি কৰা
mourning; performing obsequies and undergoing penance for the dead
- ক্ৰিয়া-ধৰীয়াkriẏā-dharīẏāAdjective
মৱতকৰ অশৌচ-ব্ৰত খটা আৰু শৰাধ আদি কৰা
mourning; performing obsequies and undergoing penance for the dead
- ক্ৰিয়া-পটুkriẏā-paṭuAdjective
নিপুণ
dexterous
- ক্ৰিয়াত্মকkri.yat.mokProper Adj.
ধুনীয়া বা আকৰ্ষণীয় হোৱাৰ সলনি উপযোগী বা উদ্দেশ্য সাধন কৰিব পৰা
designed to be useful or serving a purpose rather than being beautiful or attractive
- ক্ৰিয়াপটুkri.ya.po.tuProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- ক্ৰিয়াপৰProper Adj.
বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা
able to or carry out work with great labour or effort
- ক্ৰিয়াবাচকkriẏābācakaAdjective
কোনো ক্ৰিয়া সূচনা কৰা
expressing an action
- ক্ৰিয়াশীলkriya.xilProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- ক্ৰিয়াহীনkriẏāhīnaAdjective
কৰ্ম্ম নথকা; কাজ-কাম নথকা
without work
- ক্ৰীতkrītaAdjective
দাম বা বেচ দি লোবা; কিনা
bought
- ক্ৰীড়ামোদীkri.ra.mo`.diProper Adj.
খেলা-ধূলা ভাল পোৱা বা খেলা-ধূলাৰ প্ৰতি আগ্ৰহী
interested in sports or liking sports