ক্ৰিয়াহীন
kriẏāhīna
অৰ্থ
1.
কৰ্ম্ম নথকা; কাজ-কাম নথকা
without work
বিণ.
2.
ধৰ্ম্ম-কৰ্ম্ম নকৰা; গতিকে অনাচাৰী
not performing religious rites
বিণ.
3.
অশৰাধী; যাৰ শৰাধ কৰা নাই
for whom the śrāddha has not been performed
বিণ.
4.
ক্ৰিয়া-পদ নথকা
without verb
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ