কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্মিলন; সম্মিলনীsammilana;, sammilanīNoun
সভা; সমিতি
assembly; conference
- সম্মিলনীsammilanīNoun
সম্মিলন; সম্মিলনী; একে লগ বা একত্ৰিত হোবা কাৰ্য্য; সভা; সমিতি
a meeting; an assembly; a conference
- সম্মুখsammukhaNoun
আগকাল; সাক্ষাৎ; . ক্ৰি. বিণ. সম্মুখে; সাক্ষাতে; আগতে।
front; presence
- সম্মুখ সমৰsammukha, samaraNoun
দেখা-দেখিকৈ কৰা ৰণ; সমুখা-সমূখি যুঁজ
a face to face fight
- সম্মোহsammohaNoun
বেছি মোহ।
- সম্ৰাজsamrājaNoun
ৰাজাধিৰাজ; সাৰ্ব্বভৌম ৰজা; যি ৰজাৰ তলত অনেক তলতীয়া ৰজা আছে; . স্ত্ৰী, সম্ৰাজ্ঞী মহাৰাণী।
an emperor; a paramount sovereign
- সম্ৰাজ্ঞীxom.ra.giAbstract Noun
A women emperor or the wife of an emperor
- সম্ৰাটsamrāṭaNoun
ৰাজাধিৰাজ; সাৰ্ব্বভৌম ৰজা; যি ৰজাৰ তলত অনেক তলতীয়া ৰজা আছে; . স্ত্ৰী, সম্ৰাজ্ঞী মহাৰাণী।
an emperor; a paramount sovereign
- সময়samaẏaNoun
কাল; ৰেলি; বতৰ
time; season
- সময় অঞ্চলxo.moy on.solAbstract Noun
একেটা মান সময় মানি চলা একোটা নিৰ্দিষ্ট অঞ্চল৷
A region throughout which the same standard time is used.
- সময় নিৰূপকCommon Noun
অতীতৰ পৰিঘটনাৰ তাৰিখ নিৰ্ণয় কৰিবলৈ ঐতিহাসিক তথ্য অধ্যয়ন কৰা ব্যক্তি৷
a person who studied historical records to establish the dates of past events.
- সময় মাপকxo.moy ma.pokMaterial Noun
সময় জোখা এটা বৈজ্ঞানিক উপকৰণ
a scientific instrument to measure precise time
- সময়-তালিকাxo.moy-ta.li.kaAbstract Noun
কোনো ঘটনাৰ সময় বা ঘটিবলগীয়া সময় উল্লেখ কৰা তালিকা বা আঁচনি|
any schedule or plan designating the times at or within which certain things occur or are scheduled to occur.
- সময়-সীমাxo.moy-xi.maAbstract Noun
কোনো কাম সম্পূৰ্ণ কৰিবলৈ ঠিৰাং কৰা সময় ৷
A particular time frame within which something must be done or completed.
- সময়ছোৱাxo.moy.so’.waAbstract Noun
A certain period of time or a specified length of time
- সময়নিষ্ঠতাxo.moy.nis.tho.taVerbal Noun
সময়মতে সকলো কাম কৰা স্বভাৱ বা গুণ
the quality or state of being punctual
- সময়ন্তিsamaẏantiNoun
দুই পক্ষৰ সমানে লাভ বা হানি কৰি মিলোবা কাৰ্য্য; যেনে-"উভয় পক্ষৰ মাজত সময়ন্তি হ'ল"
reconciliation
- সময়সূচীx.moy.xu.siAbstract Noun
কোনো ঘটনাৰ সময় বা ঘটিবলগীয়া সময় উল্লেখ কৰা তালিকা বা আঁচনি|
any schedule or plan designating the times at or within which certain things occur or are scheduled to occur.
- সময়ানুৱৰ্ত্তিতাxo.mo.ya.nu.bor.ti.taVerbal Noun
সময়মতে সকলো কাম কৰা স্বভাৱ বা গুণ
the quality or state of being punctual
- সময়ৰ শৰsamaẏara, śaraNoun
উপযুক্ত কালত মৰা শৰ; বি. কালত যি. কাৰ্য্য কৰা উচিত
a right act in the right moment