কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহীজাতmo.hi.jatCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- মহীটোকাmo.hi.to`.kaMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.
- মহীতলNoun
পৱথিবী; ধৰা
the earth
- মহীধ্ৰmo.hi.dhroMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- মহীধৰNoun
পৰ্ব্বত
a mountain
- মহীপতিmahīpatiNoun
পৱথিবীৰ গৰাকী; ৰজা
a king
- মহীপালNoun
ৰজা; নৱপতি; শাসনকৰ্ত্তা
a king; one who rules
- মহীমণ্ডলmo.hi.mon.dolMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- মহীলতাmo.hi.lo.taCommon Noun
কেঁচুবোৰ বলয়ী (এনিলিডা) বৰ্গৰ বৃহৎ প্ৰজাতি অলিগ’কেটাৰ সাধাৰণ নাম । কেঁচুবোৰে মাটিত গাত সান্দি অক্সিজেন জোগান ধৰাৰ উপৰিও ইহঁতৰ মল (কেঁচুমটা) এবিধ উত্তম সাৰ ।সমগ্ৰ পৃথিৱীত প্ৰায় ৩,০০০ বিধ কেঁচু আছে । এই মেৰুদণ্ডহীন প্ৰাণীবোৰ মুগা অথবা ৰঙা হয় আৰু শৰীৰটো কোমল । কেঁচুবোৰ কেই ইঞ্চিমানৰ পৰা ২২ ফুটতকৈও অধিক দীঘল হোৱা দেখা যায় । আটাইতকৈ দীঘল কেঁচুবিধ দক্ষিণ আফ্ৰিকা আৰু অস্ট্ৰেলিয়াত পোৱা যায় ।মাটি আৰু মাটিত থকা জৈৱ পদাৰ্থ কেঁচুবোৰৰ সাধাৰণ খাদ্য । মুখত ওঠ সদৃশ (প্ৰস্টমিয়ান) মাংসপেশী থাকে আৰু ইয়াৰ সহায়ত পোহৰ আৰু স্পন্দন অনুভৱ কৰে । দেহত থকা প্ৰায়বোৰ বলয়তে সূক্ষ্ম সূক্ষ্ম নোম থাকে ।কেঁচুবোৰ উওভয়লিঙ্গী হলেও ইহতৰ প্ৰজননৰবাবে দুদাল কেঁচুৰ প্ৰয়োজন হয় । কেঁচুৰ জননাংগটো দেহটোৰ শকত অংশ খিনিত থাকে । আজিকালি কেঁচুসাৰ এবিধ জনপ্ৰিয় জৈৱিক সাৰ হিচাপে পৰিগনিত হৈছে ।
Earthworm is the usual name for the largest members of Oligochaeta in the phylum Annelida. Earthworms (also called nightcrawlers) are very important animals that aerate the soil with their burrowing action and enrich the soil with their waste products (called wormcast). There are over 3,000 species of earthworms around the world. These invertebrates (animals without a backbone) range in color from brown to to red, and most have a soft body. Earthworms range in size from a few inches long to over 22 feet long. The largest earthworms live in South Africa and Australia. Earthworms eat soil and the organic material in it - like insect parts and bacteria. The mouth is covered by a flap (called the prostomium) which helps the earthworm sense light and vibrations. Tiny bristles (called setae) are on most segments of the earthworm's body. Although each earthworm is hermaphroditic (having both male and female reproductive systems), it takes two worms to mate and reproduce. The reproductive organs are in the clitellum (the enlarged segments in the middle of an earthworm). The clitellum later forms a cocoon which protects the developing eggs.
- মহীশmo.hixCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- মহীশূৰmo.hi.xurProper Noun
A city in the South India
- মহীষমৰ্দিনীmo.hix.mor.di.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- মহীসুতmo.hi.xutProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- মহীয়া-ধনmahīẏā-dhanaNoun
এমাহৰ প্ৰাপ্য; মহিনা; দৰ্ম্মহা; যেনে-'ৰঙ্গাল চিপাহীক মহীয়া ধন দিবলৈ নাই" (বুৰঞ্জী)
a month's salary; wages
- মহীৰংগ দানৱmo.hi.rong.go da.nobProper Noun
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷
According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur.
- মহীৰাৱণmo.hi.ra.wanProper Noun
ৰাৱণৰ ভায়েক আছিল৷ ৰাম আৰু লক্ষ্মণক অপহৰণ কৰি নিছিল৷ হনুমানৰ হাতত নিহত হৈছিল৷
Ravana`s brother and king of The Hell, he kidnapped Rama and Laxman. He was killed by Hanuman
- মহীৰুহmo.hi.ruhCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- মহীৰূহCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- মহুবাmahubāNoun
ধপলা-ধপল পাতেৰে খৰালি পাত সৰি লঠা হোবা এবিধ ওখ ডাঙৰ গছ [ডাঠ, মঙহাল পাহিৰে সোবাদ ফুল বৰ বেছি পৰিমাণে ফুলে; এই ফুল মানুহ আৰু জন্ত্তৰ এটা প্ৰধান খাদ্য আৰু তাৰে মদ আদি অনেক খোবা বস্ত্ত তৈয়াৰ হয়।]
the Butter or Mahua tree; Bassia latifolia
- মহুৰতmo.hu.rotAbstract Noun
কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো
the time at which something is brought in action or the act of bringing something into action