কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিৰতbirataAdjective
ক্ষান্ত
ceasing; abstaining; abandoning
- বিৰতিবিহীনbi.ro.ti.bi.hinProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- বিৰথীbirathīAdjective
ৰথ নথকা।
- বিৰলbiralaAdjective
ঘন নোহোবা; পাতল; তনু; সেৰেঙা
not dense; thin
- বিৰহাতুৰProper Adj.
প্ৰতিদান নোপোৱা প্ৰেমৰ বাবে অসুখী
unhappy because of unrequited love
- বিৰহিতAdjective
বিহীন; নথকা
devoid; absent
- বিৰহীAdjective
বিচ্ছেদ হোবা; বিচ্ছেদৰপৰা দুখ পোবা; . বি. বিৰহ ভোগ কৰা মানুহ
separated from a beloved person; suffering pangs of separation ; a man separated from a beloved person or suffering from his or her absence
- বিৰাগীProper Adj.
আগ্ৰহী নোহোৱা বা কোনো আগ্ৰহ নেদেখুৱা
not interested, without any importance
- বিৰাগীয়াbirāgīẏāAdjective
ৰাগী নথকা অবস্হা
free from intoxication
- বিৰাজমানbirājamānaAdjective
উজ্জ্বলৰূপে প্ৰকাশ কৰি থকা; জাজ্বল্যমান; কান্তি-যুক্ত
appearing splendidly; brilliant
- বিৰাজিতbirājitaAdjective
শোভিত; প্ৰকাশিত
shining; appearing splendidly
- বিৰাটকায়bi.rat.kayProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বিৰাটাকাৰbi.ra.ta.karProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বিৰামহীনbi.ram.hinProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- বিৰিঙ্গbiriṅgaAdjective
চমত্কাৰ; শ্ৰীমন্ত
beautiful robust
- বিৰুদ্ধbiruddhaAdjective
বিপৰীত
opposite; contrary
- বিৰুদ্ধবাদীbi.rud.dho.ba.diProper Adj.
বিৰুদ্ধ বা ভিন্ন মতাৱলম্বী৷
No agreeing; dissenting
- বিৰুপbirupaAdjective
কুৰুপ
ugly
- বিৰূপbi.rupProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- বিৰূপেbi.ru.peProper Adj.
কোনো এটা দিশ অথবা মতবাদৰ বিপৰীত দিশ ৷
In a direction or course opposite to something.