← ফুৰি যাওক

বিৰল

birala

অৰ্থ

1.

ঘন নোহোবা; পাতল; তনু; সেৰেঙা

not dense; thin

বিণ.

2.

পাবলৈ টান; অধিকৰূপে নথকা; কম

scarce; rare

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ