কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূৰোৱাghu.ro`.waVerbal Adj.
চক্ৰাকাৰে গতি কৰোৱা, এক অক্ষক কেন্দ্ৰ কৰি
moved in a circular motion, as on an axis
- ঘূৰ্ghūrIntransitive verb
পাক ল; পকা
to turn round; to rotate
- ঘূৰ্মুটি খাই ফুৰ্ghur.mu.ti khai phurVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্মুটিয়াghur.mu.ti.yaVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্মূটিয়াই ফূৰghur.mu.ti.yai phurVerb-Intran.
বিচাৰি চলাথ কৰ্
to move around in search of something
- ঘূৰ্ম্মুটি খাই ফুৰ্ghur.mu.ti khai phurVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘূৰ্ম্মুটিয়াghur.mu.ti.yaVerb-Intran.
(বাট বিচাৰি অথবা কিবা বস্তু বিচাৰি) বিবুদ্ধি হৈ ইফালে-সিফালে ঘূৰি ফুৰ্
to move about in a confused manner (to find a way or in search of something)
- ঘৃণা কৰ্ghri.na korVerb-Trans.
কাৰোবাক বা কিহবাক অতিকৈ বেয়া পা৷
the hate or dislike something or someone
- ঘৃণিতghi.ni.toVerbal Adj.
আনে যাক ঘিণ কৰে
being hated by others
- ঘৃতাহুতিghri.ta.hu.tiVerbal Noun
ঘিঁ বা ঘিঁউৰে দিয়া আহুতি, অৰ্থাৎ হোমাগ্নিত ঘিঁ ঢলা কাৰ্য্য
the act of pouring ghee into a sacrificial fire
- ঘৃষ্টVerbal Adj.
যিটো হাত বা আঙুলিৰ ছালেৰে চুই দিয়া হৈছে বা গাৰ ছালৰ সংস্পৰ্শলৈ আহিছে
came in contact with the skin (of hand, finger etc.)
- ঘেঁতাghem̐tāIntransitive verb
বহুত লাভ কৰ্; বাঞ্ছনীয় কথা সিদ্ধি কৰ্; যেনে -"অমুকে ঘেঁতালে"
to make a large profit; to obtain a very desirable thing
- ঘেঁহাIntransitive verb
মৰিবৰ সময়ত কফে পৰাৰ গতিকে ডিঙিৰপৰা ঘেঁ ঘেঁ শব্দ কৰ্
to rattle, as the voice of a dying man
- ঘেং কৰেAdverb
ঘেং শব্দ কৰি।
- ঘেঙাgheṅāIntransitive verb
কুকৰৰ দৰে গোঁজৰ্; গেঙেৰি দি
to snarl as a dog
- ঘেঙেৰাghe.nge.raVerbal Noun
বাৰে বাৰে কাতৰভাৱে খোজা কাৰ্য্য
repeated demand in a piteous tone
- ঘেদাল্ghedālIntransitive verb
ঘোদাল্; পানী খঁচি ধেমালি কৰ্
to play in water
- ঘেলাghelāTransitive verb
আনন্দ আৰু ফিতাহিৰে ব্যবহাৰ কৰ্; যেনে-"হাতী ঘেলাইছে"; "পাটৰ চুৰিয়া ঘেলাইছে"
to use pompously
- ঘেৰি ধৰ্ghe.ri dhorVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.
- ঘেৰ্gherVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.