ঘূৰ্
ghūr
অৰ্থ
1.
পাক ল; পকা
to turn round; to rotate
অক. ধা.
2.
আগৰ বা মূৰৰ ফালে পাছ হ; ওলট্; ওভত ্
to turn back
অক. ধা.
3.
পৰিবৰ্ত্তন হ; লৰ্; আনপ্ৰকাৰ হ; যেনে-"তাৰ মনটো ঘূৰিল"
to change
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ