কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যন্ত্ৰকৌশলAbstract Noun
the art or science of making practical application of the knowledge of pure sciences, as physics or chemistry, as in the construction of engines, bridges, buildings, mines, ships, and chemical plants.
- যন্ত্ৰচালকjon.tro.sa.lokCommon Noun
a person who operates a machine
- যন্ত্ৰণাyantraṇāNoun
যাতনা; বেদনা; পীড়া; কষ্ট
pain; suffering
- যন্ত্ৰণাকাতৰVerbal Noun
শাৰীৰিক বা মানসিকভাৱে অতিশয় কষ্ট পাই থকা
afflicted with great bodily or mental suffering or pain
- যন্ত্ৰণাধ্বনিjon.tro.na.dhwo.niAbstract Noun
নৰিয়া মানুহে কষ্টেৰে উশাহ লওঁতে হোৱা শব্দ অথবা দুখে-কষ্টে, খঙে-ৰাগে উশাহ লওঁতে হোৱা শব্দ
A deep, inarticulate sound uttered in derision, disapproval, desire, etc.
- যন্ত্ৰবিজ্ঞানAbstract Noun
বিজ্ঞানৰ সূত্ৰসমূহ উদ্যোগ আদিত ব্যৱসায়িক লক্ষ্যত প্ৰয়োগ কৰা।
The application of science, especially to industrial or commercial objectives.
- যন্ত্ৰবিদjon.tro.bidCommon Noun
আভিযান্ত্ৰিক বিজ্ঞানৰ যিকোনো শাখাৰ ব্যৱহাৰিক জ্ঞান থকা এজন ব্যক্তি।
A person skilled in the principles and practice of any branch of engineering sciences.
- যন্ত্ৰবিদ্যাAbstract Noun
বিজ্ঞানৰ সূত্ৰসমূহ উদ্যোগ আদিত ব্যৱসায়িক লক্ষ্যত প্ৰয়োগ কৰা।
The application of science, especially to industrial or commercial objectives.
- যন্ত্ৰমানৱjon.tro.ma.nobMaterial Noun
কলৰ কৃত্ৰিম মানুহ
an intelligent machine that looks like a human
- যন্ত্ৰসাধনNoun
যন্ত্ৰসাধন
যন্ত্ৰসাধন
- যন্ত্ৰসাধনী সঁজুলিMaterial Noun
যন্ত্ৰ সঁজুলি
যন্ত্ৰ সঁজুলি
- যন্ত্ৰীyantrīNoun
যন্ত্ৰৰ-চালক।
- যবyabaNoun
য-ধান
barley
- যবক্ষাৰyabakṣāraNoun
"যখাৰ" চোবাঁ।
- যবক্ষাৰজানNoun
য-খাৰৰপৰা হোবা এবিধ বায়ুৰ নিচিনা পদাৰ্থ
nitrogen
- যবনyabanaNoun
জাতিভেদ নমনা লোক; যেনে-মুছলমান, গ্ৰীক আদি জাতি
a Greek, or a Mohammedan
- যবনিকাyabanikāNoun
আঁৰ-কাপোৰ; পৰ্দ্দা; নাট-ঘৰত ব্যবহাৰ কৰা আঁৰ-কাপোৰ
a screen; a drop scene
- যমyamaNoun
যিজন দেবতাই জীবৰ মৱত্যু ঘটায়
the Indian Pluto
- যম- ডাকিনীNoun
মৰ-চৰাই; ঢোঁৰা কাউৰীৰ নিচিনা এবিধ চৰাই [ই ৰাতি "মৰ ঔ, মৰ ঔ" বুলি মাতে; তেতিয়া মানুহৰ অমঙ্গল বা মৱত্যু ঘটে বুলি মানুহে ভাবে।]
a screech owl; an inauspicious bird
- যম-লাখুটিyama-lākhuṭiNoun
তৰাৰ নিচিনা পাতেৰে, মাটিৰেপৰা পোন আৰু দীঘল এডলীয়া ঠাৰি মেলা আৰু ঘন ঘন গাঁঠি থকা এবিধ নিচেই কোমল গছ; দেবীটোকন
a kind of plant