কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বক্ষযুগলbo.khyo.ju.golMaterial Noun
নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.
- বক্ষস্থলbo.khyo.stholMaterial Noun
ডিঙিৰ গুৰিৰ পৰা পেটৰ ওপৰলৈকে শৰীৰৰ অংশটো
The portion of the body from the base of the neck to the top of the abdomen
- বক্ষস্হলbakṣashalaNoun
হৱদয়; বুকু
the breast
- বক্ষাস্থিNoun
বক্ষাস্থি
বক্ষাস্থি
- বক্ষোজbo.khyo`jMaterial Noun
নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.
- বক্ষোৰুহbo.khyo`.ruhMaterial Noun
নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.
- বক্সাইটbok.saitMaterial Noun
এবিধ মাটিৰ দৰে পদাৰ্থ৷ ইয়াৰ বৰণ পাতল হালধীয়াৰ পৰা ৰঙা-মুগা বৰণীয়া৷ এলুমিনিয়াম তৈয়াৰ কৰিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷
A clay-like mineral, chief source of aluminium.
- বক্ৰগ্ৰীৱbok.ro.gribCommon Noun
Long legged animal found in desert areas that have one hump (Arabian camel) or two humps (Bactrian camel)
- বক্ৰচ’তিMaterial Noun
ওপৰৰ ভাৰ বহন কৰা বৃত্তাকাৰ গাঁথনি।
A masonry construction (usually curved) in any architecture for spanning an opening and supporting the weight above it.
- বক্ৰদৃষ্টিbok.ro.dris.tiVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- বক্ৰপুচ্ছbok.ro.pus.soCommon Noun
শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু
A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds.
- বক্ৰভাষণAbstract Noun
কোনো ব্যক্তি বা বস্তুৰ বিষয়ে পৰোক্ষ উল্লেখ, বিশেষকৈ তাচ্ছিল্যসূচক
an indirect intimation about a person or thing, especially of a disparaging or a derogatory nature
- বক্ৰাংগbok.rang.goCommon Noun
NULL
any of numerous wild or domesticated web-footed swimming birds of the family Anatidae, esp. of the genus Anas and allied genera, characterized by abroad, flat bill, short legs, and depressed body.
- বক্ৰাক্ষৰMaterial Noun
সোঁফালে সামান্য বেঁকাকৈ লিখা হাতৰ আখৰ বা মুদ্ৰালিপি।
A style of handwriting or typeface with the letters slanting to the right.
- বক্ৰীদbakrīdaNoun
এটা মুছলমান-পৰ্ব্ব।
- বক্ৰোক্তিbakroktiNoun
কাব্যৰ অলঙ্কাৰ-বিশেষ; কোবা বা লিখিত কথাৰ ভিতৰত লুকাই থকা নিন্দাবাদ; শ্লেষ।
- বকৰাbakarāAdjective
খোনা
a stammerer
- বখলাbakhalāNoun
বকটা; গছৰ ছাল বা আন চেপেটা বস্ত্তৰ এক খণ্ড
a portion of a bark or skin
- বখালীCommon Noun
a person to whom the parents helds over to take care of their baby , while they are at work.
- বখিয়াbakhiẏāNoun
ঘন মিহি সিয়নি; অগিয়া-বগিয়াকৈ মৰা সিয়নি; বাগি-বটীয়া মৰা
a kind of fine stitching