কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্ভবতাxom.bho.bo.taAbstract Noun
যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
The state or fact of being possible
- সম্ভবপৰতাxom.bhob.po.ro.taAbstract Noun
যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
The state or fact of being possible
- সম্ভাব্যতাxom.bha.byo.taAbstract Noun
যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
The state or fact of being possible
- সম্ভাষণsambhāṣaṇaNoun
কখন মাত-বোল কৰা কাৰ্য্য; অভিনন্দন; অভিভাষণ; আদৰণ; . সম্ভাষা বি. আলাপ; কথোপকথন; মাত-বোল
conversation; discourse; a speech; an address of welcome ; talk; conversation
- সম্ভাষাxom.bha.xaAbstract Noun
দুজনৰ মাজত ইজনে সিজনৰ সৈতে পতা কথা
the act of talking with one another interactively
- সম্ভাৰsambhāraNoun
সামগ্ৰী; বস্ত্ত; পুজা; সবাহৰ উপহাৰ; খোবা বস্ত্ত তৈয়াৰ কৰিবলৈ লগা ভিন ভিন দ্ৰব্য বা মছলা
provisions; materials; ingredint
- সম্ভাৱনাxom.bha.wo.naAbstract Noun
যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
The state or fact of being possible
- সম্ভাৱনাহীনতাxom.bha.wo.na.hi.no.taAbstract Noun
কোনো সম্ভাৱনা নথকা ৷
The quality or condition of being improbable.
- সম্ভাৱনীয়তাxom.bha.wo.ni.yo.taAbstract Noun
যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
The state or fact of being possible
- সম্ভাৱনীয়তাবাদNoun
সম্ভাৱনীয়তাবাদ
সম্ভাৱনীয়তাবাদ
- সম্ভাৱিতাxom.bha.bi.taAbstract Noun
কোনো ঘটনা ঘটাৰ আপেক্ষিক সম্ভাৱনা, যাক প্ৰকৃত ঘটনাৰ সংখ্যা আৰু সম্ভাৱ্য ঘটনাৰ সংখ্যাৰ অনুপাতৰ দ্বাৰা প্ৰকাশ কৰা হয়
the relative possibility that an event will occur, as expressed by the ratio of the number of actual occurrences to the total number of possible occurrences
- সম্ভুয়-সমুত্থানsambhuẏa-samutthānaNoun
কোনো ব্যবসায় যা বেহা কৰিবৰ নিমিত্তে লগ বল্কা কাৰ্য্য
partnership in business
- সম্ভেদsambhedaNoun
সাৰ-মৰ্ম্ম; গূঢ় তত্ত্ব; গুপ্ত-ভাব
the pith of a matter; purport; a secret meaning
- সম্ভোগsambhogaNoun
সুখ-ভোগ; আস্বাদ-গ্ৰহণ
enjoyment
- সম্ভ্ৰমsambhramaNoun
আদৰ; সমাদৰ; সম্মান; মৰ্য্যাদা; সত্কাৰ
respect; reverence; honour; regard
- সম্ভৰsambharaNoun
তিনি কুৰি আৰু দহ
seventy
- সম্ভৱxom.bhobProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্মতিsammatiNoun
সম্মতি; ইচ্ছা; মত; স্বীকাৰ
assent
- সম্মানsammānaNoun
মান, আদৰ
honour
- সম্মিলনsammilanaNoun
সম্মিলন; সম্মিলনী; একে লগ বা একত্ৰিত হোবা কাৰ্য্য; সভা; সমিতি
a meeting; an assembly; a conference