কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহাৰাত্ৰিmo.ha.ra.tiAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- মহাৰাষ্ট্ৰmo.ha.ras.troAbstract Noun
পশ্চিম ভাৰতৰ এখন প্ৰদেশ৷
A province in west-central India
- মহাৰোগmahārogaNoun
বৰ-ৰোগ, কুষ্ঠ ৰাজযক্ষ্মা ইত্যাদি
a dangerous disease; leprosy, phthisis, etc
- মহাৰ্ঘ্যতাmo.har.ghyo.taAbstract Noun
অত্যধিক মূল্য হোৱা অৱস্থা
the state of being high-priced
- মহাৰ্ঘ্যতা ভাত্তাmo.har.ghyo.ta bhat.taAbstract Noun
Allowance paid as an component of wages to compensate for the rise in cost of living
- মহাৰ্ণবmahārṇabaNoun
মহাসাগৰ
the ocean
- মহাৰ্ণৱmo.har.no.waAbstract Noun
ভূ-পৃষ্ঠৰ প্ৰায় তিনি-চতুৰ্থাংশ আৱৰি থকা লুণীয়া পানীৰ বিশাল জলৰাশি
the vast body of salt water that covers almost three fourths of the earth's surface
- মহিমাmahimāNoun
মাহাত্ম্য; দৈব-শক্তি
divine power
- মহিমাময়mo.hi.ma.moyAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- মহিলাmahilāNoun
ভদ্ৰলোকৰ তিৰোতা
a woman; a lady
- মহিষmahiṣaNoun
ম'হ
a buffalo
- মহিষধ্বজmo.hix.dhwojProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- মহিষবাহনmo.hix.ba.honProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- মহিষাসুৰmahiṣāsuraNoun
ম'হৰ নিচিনা আকৱতিৰ এটা অসুৰ [দেবতাসকলৰ অনুৰোধত তাক দুৰ্গাই বধ কৰে।]
a demon
- মহিষাসুৰমৰ্দিনীmo.hi.xu.ro.mor.di.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- মহিষীmahiṣīNoun
ৰাণী; ৰজাৰ ঘৈণী
a queen
- মহীmahīNoun
চিয়াঁহী; কালী
ink
- মহী চুঙাmo.hi su.ngaMaterial Noun
চিয়াহী ৰাখিবলৈ ব্যৱহাৰ কৰা পাত্ৰ |
A container for ink.
- মহীচুঙাNoun
মহী-ৰখা চুঙা; মৈলাম; দোবাত
an ink-pot; an ink-stand
- মহীজmo.hijProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun