কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেকভুজbhek.bhujCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- ভেকলিCommon Noun
নেজহীন, জলজ, অৰ্ধজলজ বা স্থলজ এবিধ উভচৰ প্ৰাণী, যি অনুৰা বৰ্গ আৰু বিশেষকৈ ৰেনিদি পৰিয়ালৰ অন্তৰ্গত। ইহঁতৰ চালখন খহটা আৰু ভিজা, ঠেঙৰ পতা বহল আৰু পাছঠেংকেইটা জপিয়াব পৰাকৈ দীঘল আকাৰৰ।
Any of numerous tailless, aquatic, semiaquatic, or terrestrial amphibians of the order Anura and especially of the family Ranidae, characteristically having a smooth moist skin, webbed feet, and long hind legs adapted for leaping.
- ভেকাহিbhekāhiNoun
খঙেৰে ডাঙৰকৈ মৰা ডাবি
scolding
- ভেকুলীbhekulīNoun
সৰু জাতিৰ বেং
a frog
- ভেকুলীয়াbhekulīẏāNoun
গৰুৰ ডিঙিত হোবা এবিধ ৰোগ
a disease affecting the throat of a cow; a sort of tonsilitis
- ভেকুৰিbhekuriNoun
গাত কাঁইট থকা বেঙেনা জাতিৰ এবিধ সৰু বনৰীয়া গছ।
- ভেকুৰি তিতাCommon Noun
সৰু সৰুকৈ থোপাথোপে গুটি লগা এবিধ বেঙেনা জাতীয় তিতা গছ আৰু তাৰ ফল ৷ মানুহে তাৰ আঞ্জা খায় ৷
Brhati is a medicinal plant. Brhati occurs throughout India, often in waste places, on roadsides and in open scrublands. It is a prickly, much branched shrub, usually spreading or diffused, It grows upto 1-5 metres in height. The young branches are densely covered with minute star – shaped hairs . The prickles are yellow, shining, about 1-5 cm long. The leaves upto 10 cm long, their midribs and other nerves with sharp yellow prickles. The flowers are purple, about 2 cm long, in racemose extra – axillary cymes. The fruits round, 1.5 – 2 cm, dark yellow when ripe. The seeds are smooth, minutely pitted. The botanical name of brhati is Solanum indicum and it belongs to family Solanceae. In the Ayurvedic formulary of India. Solanum indicum (brhati) and Sulanum xanthocarpum (kantakari), together, are termed as brhari dvayam. The fruit and root of brhati contain wax, fatty acids and alkaloids solanin and solanidine. Traditionally, among some of the tribal people in the North East India, the raw berry fruits of brhati are crushed and applied on boils, scorpion stings and bee stings. They are also eaten for the cure of diabetes.
- ভেকো-ককাbheko-kakāNoun
"ভেকো-বামুণ" চোবাঁ।
- ভেকো-বামুণbheko-bāmuṇaNoun
ভেকো-ককা [প্ৰবাদ আছে যে কামাখ্যাৰ ওচৰৰ এখন ঠাইত বামুণবিলাকে অকৰ্ম্ম আৰু অনাচাৰৰ দ্বাৰা ধন উপাৰ্জ্জন কৰিছিল; তাৰে ভেকো নামেৰে এজন বামুণে সেই কাম দেখিব নোবাৰি সেই গাঁবৰপৰা গুচি গ'ল; তাৰ পাছত গাঁওখন বাকীবিলাক বামুণে সৈতে পানীত বুৰ গ'ল; তেতিয়া বামুণবিলাকে "ভেকো ককা" বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে; সেই বামুণবিলাকেই হেনো বামুণী ভেকোলা হ'ল]।
- ভেকো-ভাবনাNoun
কোনো কাৰ্য্যৰ অসঙ্গত ৰূপ বা মিছা ভাও
a mockery; a false show
- ভেকোঁভাওনাbhe.ko’~.bhau.naAbstract Noun
কোনো হাঁহি উঠা পৰিস্থিতি বা কাম৷
a ridiculous or meaningless situation or action
- ভেকোককাbhe.ko`.ko.kaCommon Noun
এগৰাকী মাত্র নৈষ্ঠিক ব্যক্তি
Only a single honest person in a society which is full of dishonest persons
- ভেকোলাbhekolāNoun
ডাঙৰ জাতিৰ বেং; মণ্ডুক
a frog
- ভেক্টৰbhek.torAbstract Noun
দিশ আৰু মান দুয়োটাই থকা ৰাশি
The parameter that has magnitude and direction
- ভেক্টৰ অভিক্ষেপAbstract Noun
ভেক্টৰ অভিক্ষেপ
ভেক্টৰ অভিক্ষেপ
- ভেক্টৰ ত্ৰিপূৰণVerbal Noun
ত্ৰিপূৰণ, ভেক্টৰ ত্ৰিপূৰণ, স্কেলাৰ ত্ৰিপূৰণ
ত্ৰিপূৰণ, ভেক্টৰ ত্ৰিপূৰণ, স্কেলাৰ ত্ৰিপূৰণ
- ভেঙুচালিbhe.ngu.sa.liAbstract Noun
অতিষ্ঠ হৈ বা মনোৰঞ্জনৰ উদ্দেশ্যে মুখত ভাঁজ দি দেখুওৱা
distortion of face made in disgust etc. or to amuse.
- ভেঙূচালিbheṅūcāliNoun
মুখ ভেঙূচাই কৰা ইতিকিং; অঙ্গ-ভঙ্গি কৰি সিঁয়ৰা বা বিদ্ৰুপ কৰা কাৰ্য্য
burroonery; mocking; making faces at
- ভেঙূৰbheṅūraNoun
ভাঁজ; মেচ
A bend
- ভেঙ্গুৰbheng.gurAbstract Noun
ভাঁজযুক্ত ৰেখা; পোন পথৰ পৰা আঁতৰি যোৱা
a line having a bent; deviating from a straight path