ভেকো-বামুণ
bheko-bāmuṇa
অৰ্থ
1.
ভেকো-ককা [প্ৰবাদ আছে যে কামাখ্যাৰ ওচৰৰ এখন ঠাইত বামুণবিলাকে অকৰ্ম্ম আৰু অনাচাৰৰ দ্বাৰা ধন উপাৰ্জ্জন কৰিছিল; তাৰে ভেকো নামেৰে এজন বামুণে সেই কাম দেখিব নোবাৰি সেই গাঁবৰপৰা গুচি গ'ল; তাৰ পাছত গাঁওখন বাকীবিলাক বামুণে সৈতে পানীত বুৰ গ'ল; তেতিয়া বামুণবিলাকে "ভেকো ককা" বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে; সেই বামুণবিলাকেই হেনো বামুণী ভেকোলা হ'ল]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ