কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাইহাটাbai.ha.taProper Noun
কামৰূপ জিলাৰ উল্লেখযোগ্য স্থান
An important place of Kamrup district of Assam
- বাইৰখbāirakhaNoun
মচোবা সাপ।
- বাউbāuNoun
বতাহ
air; wind
- বাউবোলাbāubolāNoun
এঠা থকা গুটিৰে এবিধ গছ
the Indian acasia
- বাউলিbau.liMaterial Noun
ৰন্ধন পাত্ৰ জুইৰ পৰা নমোৱাৰ বাবে ব্যৱহাৰ কৰা এবিধ লোৰ চেপেনা
a kind of iron tongs for transferring a cooking pot from fire
- বাউলীbāulīNoun
টৌ আদি জুইৰ ওপৰৰপৰা নমোবা লোৰ যতন
a pair of iron tongs used for removing hot cooking pots from fire
- বাউলী পাকbāulī, pākaNoun
অতি অলপ সময়ৰ বাবে কাকো দেখা কৰি বা দেখা দি ঘুৰি অহা কাৰ্য্য
a flying visit
- বাউলী-পাকbau.li-pakVerbal Noun
অতি কম সময়ৰ বাবে কাৰোবাক দেখা কৰি ঘূৰি অহা কাৰ্য্য
the act of visiting someone for a very short period
- বাউসিbāusiNoun
কান্ধৰ অলপ তললৈ থকা হাতৰ গুৰিভাগ
the part of the arm above the armpit
- বাউসীCommon Noun
মানুহৰ হাত বা জন্তুৰ আগ ঠেং।
Upper limb of the human body or forelimb of an animal.
- বাওbāoNoun
দুই বাহু দুইফালে পোনকৈ মেলিলে যিমান দীঘল হয়; চাৰি হাত
two yards
- বাও-কণীbāo-kaṇīNoun
পোবালি জগোবা গুণ নথকা কণী
an egg having no principle
- বাও-বাঁহbāo-bām̐haNoun
নাও গধুৰ কৰিবৰ নিমিত্তে তাৰ দুই দাঁতি বা বাৰত বন্ধা বাঁহ
one of the bamboos attached to each side of an Assamese boat to steady it
- বাওঁbao~.Abstract Noun
of, pertaining to, or located on or near the side of a person or thing that is turned toward the west when the subject is facing north
- বাওঁ হাতbao`~ hatProper Noun
মানুহৰ দেহৰ বাওঁফালে থকা হাত ৷
The hand that is on the left side of the body.
- বাওঁকাbao~.kaMaterial Noun
বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দুই মূৰত খোপ বা খাঁজ কটা ফলা বাঁহৰে বনোৱা এবিধ যতন ৷
A split piece of bamboo having both the ends blunt, like a knob; which is used in carrying milk gallons etc. on the shoulder.
- বাওঁতাbāom̐tāNoun
"বা" ধাতু চোবাঁ।
- বাওঁপন্থীbau~.pon.thiAbstract Noun
উদাৰ বা চৰম পন্থাৰ পোষকতা কৰা দল অথবা গোট
Group or section favoring liberal or radical positions
- বাওঁফালbau~.phalAbstract Noun
of, pertaining to, or located on or near the side of a person or thing that is turned toward the west when the subject is facing north
- বাওচালিbāocāliNoun
ঘন ছাওঁতে দৰা-পৰলিৰ তলত আৰু চালৰ মুখত দিবলৈ দুযোৰ কামি বা বাও বান্ধি সজা খেৰৰ পৰলি
the layer of thatch tied along on the edges of the eaves of the roof of a house as a lining under the first layer of the thatching