বাওঁকা
bao~.ka
অৰ্থ
1.
বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দুই মূৰত খোপ বা খাঁজ কটা ফলা বাঁহৰে বনোৱা এবিধ যতন ৷
A split piece of bamboo having both the ends blunt, like a knob; which is used in carrying milk gallons etc. on the shoulder.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ