কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিমখহাৰামিNoun
অকৱতজ্ঞতা
ungratefulness
- নিমগছnim.go’sCommon Noun
এজোপা ঔষধ হিচাপে ব্যৱহাৰ হোৱা গছ। পাতবোৰ তিতা। জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ হয়।
A tree of the mahogany bearing bitter pinnate leaves. Its extracts are used as a biopesticide.
- নিমচাকnim.sakCommon Noun
A large dark-brown beetle, liable to infest houses.
- নিমন্ত্ৰণী পত্ৰni.mon.tro.ni pot.roMaterial Noun
মিটিং, বিয়া, শ্ৰাদ্ধ আদিৰ নিমন্ত্ৰণ জনাই লিখা পত্ৰ বিশেষ ৷
A card that contain messages to invite someone for special occasion i.e. meeting, marriage, death anniversary etc.
- নিমাইnimāiNoun
চৈতন্যদেবৰ এটা নাম
a name of Caitanyadeva of Bengal
- নিমাতnimātaNoun
মাত নথকা; নবজা; কথা-নোকোবা
speechless; silent; producing no sound
- নিমাতীnimātīNoun
এজাতি ধোঁবা-বৰণীয়া ঘৰ-শালিকাৰ সমান কিন্ত্ত তাতকৈ দীঘল গাৰে বনৰীয়া চৰাই
a kind of bird
- নিমিnimiNoun
জনক ৰজাৰ এজন পূৰ্ব্বপুৰুষ আৰু ৰজা।
- নিমিত্তnimittaNoun
কাৰণ; হেতু; ; শুভাশুভ লক্ষণ; নিমিত্তভাগী বিণ. কোনো কাৰ্য্যৰ কাৰণে নাম-মাত্ৰ দায়ী
cause ; nominally responsible
- নিমিষnimiṣaNoun
চকুৰ পচাৰ; চকুৰ টিপ
the twinkling of the eye
- নিমীলনnimīlanaNoun
জপোবা কাৰ্য্য (চকু)।
- নিমুচ্যাহঁতীnimucyāham̐tīNoun
নিৰ্ব্বংশ, হতুশ্ৰী হোবা তিৰী (গালি)
a female whose family is extinct (a curse)
- নিমেষnimeṣaNoun
চকুৰ পচাৰ; চকুৰ টিপ
the twinkling of the eye
- নিমেষক পাখুMaterial Noun
কিছুমান প্ৰাণীৰ ক্ষেত্ৰত থকা চকুৰ তৃতীয় পটা, এক স্বচ্ছ বা পাতল ছালৰ টুকুৰা, যিটো চকুৰ মণিৰ সুৰক্ষাৰ বাবে তাৰ ওপৰেৰে টানি ধৰিব পাৰে
a transparent third eyelid present in some animals that can be drawn across the eye for protection and to moisten it while maintaining vision
- নিমেৰnimeraNoun
নিমিষ।
- নিম্কিnimkiNoun
লোণ আৰু ময়দা মিহলাই তেল বা ঘিউত ভজা এবিধ পিঠা
a kind of salted cake
- নিম্ন মধ্যবিত্তnim.no mo.dhyo.bit.toAbstract Noun
মধ্যবিত্ত আৰু শ্ৰমজীৱি লোকসকলৰ মাজৰ শ্ৰেণীটো৷
the social group between the working class and the middle class.
- নিম্ন ৰক্তচাপnim.no rok.to.sapProper Noun
সাধাৰণতে প্ৰাণীদেহত ৰক্তৰ চাপ অত্যাধিক পৰিমাণে নিম্নগামি হৈ যোৱা এটা অৱস্থা বা ৰোগ৷
a disease or condition characterized by which blood pressure remains abnormally low.
- নিম্নগতিnim.no.go.tiVerbal Noun
মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা
impairment of value or usefulness; falling from a higher to a lower level in quality, character, or vitality
- নিম্নগমনnim.no.go.monVerbal Noun
মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা
impairment of value or usefulness; falling from a higher to a lower level in quality, character, or vitality