← ফুৰি যাওক

নিমেষক পাখু

অৰ্থ

1.

কিছুমান প্ৰাণীৰ ক্ষেত্ৰত থকা চকুৰ তৃতীয় পটা, এক স্বচ্ছ বা পাতল ছালৰ টুকুৰা, যিটো চকুৰ মণিৰ সুৰক্ষাৰ বাবে তাৰ ওপৰেৰে টানি ধৰিব পাৰে

a transparent third eyelid present in some animals that can be drawn across the eye for protection and to moisten it while maintaining vision

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিমেষক পাখু · অসমীয়া অভিধান