কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিস্তাৰbistāraNoun
বহু ঠাই জোৰা অবস্হা
extension
- বিস্তাৰিতAdjective
বিস্তৱত; বহলকৈ লিখা; বহল হৈ জুৰি থকা
elaborate; lengthy; extensively spread
- বিস্তীৰ্ণAdjective
বহল; বহু ঠাই জুৰি থকা
wide; vast
- বিস্তৃতbis.tri.toProper Adj.
ক্ষুদ্ৰ বস্তু বা অংশবিলাকো খুতি-নাতি মাৰি কৰা
Marked by thoroughness in treating small items or parts
- বিস্তৰbistaraAdjective
অনেক; প্ৰচুৰ; বহুত
much; abundant
- বিস্তৱতbistawataAdjective
বিস্তাৰিত; যিটো বহলোবা হৈছে।
- বিস্ফাৰিতbisphāritaAdjective
প্ৰসাৰিত; বহলকৈ মেলা।
- বিস্ফুৰিতbisphuritaAdjective
উদ্দীপ্ত; যিটো জ্বলি উঠিছে।
- বিস্ফোৰকbisphorakaAdjective
যিটো অলপ সহায়তে সশব্দে ফুটে বা ফাটে; . বি. তেনে পদাৰ্থ।
explosive
- বিস্ফোৰিতProper Adj.
Being torn apart by sudden force
- বিস্বাদbisbādaAdjective
"বিসোবাদ" চোবাঁ।
- বিস্মিতbismitaAdjective
আচৰিত
astonished
- বিস্মৃতbis.mri.toVerbal Adj.
যাক পাহৰি যোৱা হৈছে
which has not been remembered
- বিস্ময়কৰbis.mo.yo.korProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- বিস্ময়জনকbis.moy.jo.nokProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- বিস্ময়বিমুগ্ধProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- বিস্ময়ান্বিতAdjective
[সং.] বিণ. আচৰিত; বিস্মিত
astonished; amazed
- বিস্ময়াপন্নAdjective
[সং.] বিণ. আচৰিত; বিস্মিত
astonished; amazed
- বিস্ময়াবহbis.mo.ya.bo.hoProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- বিস্ময়াভিভূতbis.mo.ya.bhi.bhu.toProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.