← ফুৰি যাওক

বিস্তাৰ

bistāra

অৰ্থ

1.

বহু ঠাই জোৰা অবস্হা

extension

বি.

2.

অধিক; যেনে-"কহিবো বিস্তাৰ কিবা তোমাৰ আগত" (ৰত্নাবলী)

বিণ.

3.

বহল কৰ্; প্ৰচাৰ কৰ্

to propagate; to extend

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ