কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহামানৱmo.ha.ma.nobCommon Noun
অতি পুণ্যবান, মহান বা সৎ পুৰুষ|
a person of great holiness, virtue, or benevolence.
- মহামায়াmahāmāẏāNoun
সৱষ্টি-কাৰ্য্যৰ কাৰণ-স্বৰূপিণী অবিদ্যা; আদ্যা প্ৰকৱতি; দুৰ্গা
a passive matter of creation; the goddess Durgā
- মহামাৰmahāmāraNoun
দুৰ্ঘটনা; মহাবিপদ
a mishap; a great distress
- মহামাৰিmahāmāriNoun
মৰক; মাউৰ; সংক্ৰামক ৰোগ; অনেক জীবৰ প্ৰাণ হানি কৰা ৰোগ
an epidemic; a pestilential disease
- মহামাৰীmo.ha.ma.riAbstract Noun
কোনো এক সময়ত এটা জন-সম্প্ৰদায়ৰ মাজত বহুলভাৱে সংক্ৰমিত ৰোগ একোটাক মহামাৰী বোলে।
Widespread occurrence of a disease in a community at a particular time.
- মহামিলনAbstract Noun
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷
The act of two or more bodies coming together and becoming one.
- মহামুদ্ৰাmahāmudrāNoun
তান্ত্ৰিক পূজাৰ যন্ত্ৰ; যোনি-মুদ্ৰা; যোগ-অভ্যাসৰ সময়ত হাত আৰু ভৰিৰ অবস্হান-বিশেষ
a particular posture or position of hands and feet in the practice of yoga
- মহামুনিmo.ha.mu.niCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- মহামূৰ্খmo.ha.mur.khoCommon Noun
An extremely foolish person
- মহামোহmahāmohaNoun
বিষয়-বাসনাদি সাংসাৰিক মোহ; অজ্ঞান।
- মহাযজ্ঞmahāyajñaNoun
ডাঙৰ বা প্ৰধান যজ্ঞ; হিন্দুৰ পাঁচোটা দৈনিক কামৰ এটা; যেনে-বেদ পাঠ, অগ্নিহোত্ৰ, তৰ্পণ, অতিথি সত্কাৰ আৰু প্ৰাণীক আহাৰ দান
a great sacrificial ceremony; any of the five essential sacrifices or duties of a Hindu, viz., study of the Vedas, fire oblation, libation of water to deceased fore-fathers, hospitality, distribution of food to all creatures
- মহাযাত্ৰাmahāyātrāNoun
মৱত্যু।
- মহাযানmo.ha.janAbstract Noun
আত্মসংযম আৰু ধ্যানৰ জৰিয়তে সত্যত উপনীত হব পাৰে বা সত্যক উপলদ্ধি কৰিব পাৰে বুলি ভবা বৌদ্ধ মত৷
a form of Buddhism which believes that the truth can be found through meditation and self mastery.
- মহাযুদ্ধmahāyuddhaNoun
বহু দেশ সংশ্লিষ্ট হোবা ডাঙৰ যুদ্ধ; বিশ্বযুদ্ধ
World-war
- মহাযোগীmo.ha.jo`.giCommon Noun
সমস্ত ইন্দ্ৰিয়ক দমন কৰি সংসাৰৰ মায়া ত্যাগ কৰা সাধু পুৰুষ
an ascetic of the first rank, who has subdued all his passions and family life
- মহাযোদ্ধাmo.ha.jo`d.dhaCommon Noun
অতি পাকৈত বা মহান ৰণুৱা বা যোদ্ধা
an expert or great warrior
- মহালয়াmahālaẏāNoun
চান্দ্ৰ আহিন মাহৰ আঁউসী; দুৰ্গা-পূজাৰ আগৰ আঁউসী
the day of the new-moon in the month of Āsvina (lunar-month)
- মহাশক্তিmahāśaktiNoun
দুৰ্গাদেবী
the goddess Durg ā
- মহাশঙ্খmahāśaṅkhaNoun
দহ লক্ষ কোটি সংখ্যা।
- মহাশোলmo.ha.xo`lCommon Noun
A large fresh water fish with golden yellow scales. It ranges from Malaysia, Indonesia, across southern Asia to Pakistan, including the Indian Peninsula.